AJB Class 8 Social Science Chapter 7 Answer ৰাষ্ট্ৰ

পাঠ ৭

ৰাষ্ট্ৰ

1. সম্পূৰ্ণ বাক্য়ত উত্তৰ দিয়াঁ।

a) কোন দেশক ৰাষ্ট্ৰৰ উৎপত্তিস্থল বোলা হয়?

উত্তৰঃ 

b) ৰাষ্ট্ৰ শব্দটো বুজাবলৈ গ্ৰিকসকলে কোনটো শব্দ ব্যৱহাৰ কৰিছিল?

উত্তৰঃ 

c) কোনটো মূল শব্দৰপৰা ৰাষ্ট্ৰ শব্দৰ উৎপত্তি হৈছিল বুলি কোৱা হয়?

উত্তৰঃ

d) এৰিষ্ট’টল আগবঢ়োৱা ৰাষ্ট্ৰৰ সংজ্ঞাটো লিখা।

উত্তৰঃ 

e) উড্ৰ’ উইলছনৰ মতে ৰাষ্ট্ৰ কাক বোলে লিখা।

উত্তৰঃ

2. ৰাষ্ট্ৰ সম্পৰ্কে অধ্যাপক গাৰ্ণাৰে আগবঢ়োৱা সূত্ৰটোৰ মূল বৈশিষ্ট্য কি কি লিখাঁ।

উত্তৰঃ 

3. ৰাষ্ট্ৰৰ উপাদান হিচাবে জনসমষ্টিৰ বিষয়ে লিখাঁ।

উত্তৰঃ 

4. ৰাজনীতি বিজ্ঞানে ৰাষ্ট্ৰৰ কাৰ্যাৱলীক কেইটা  ভাগত ভাগ কৰিছে? ভাগকেইটা কি কি?

উত্তৰঃ 

5. সমাজবাদ আৰু ব্যক্তিবাদত বিশ্বাসী দুগৰাকীকৈ পণ্ডিতৰ নাম লিখাঁ।

উত্তৰঃ 

6. ৰাষ্ট্ৰৰ ভাগ কেইটা আৰু কি কি?

উত্তৰঃ 

7.ৰাষ্ট্ৰৰ উপাদান হিচাবে নিৰ্দষ্ট ভূ-খণ্ডৰ মূল বৈশিষ্ট্যসমূহ কি কি লিখাঁ।

উত্তৰঃ 

8. “চৰকাৰ ৰাষ্ট্ৰৰ চালিকা শক্তি” 一 কথাষাৰ বুজাই লিখাঁ।

উত্তৰঃ 

9. ৰাষ্ট্ৰৰ উপাদান হিচাবে সাৰ্বভৌমত্বৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰাঁ।

উত্তৰঃ 

10. কল্যাণকামী ৰাষ্ট্ৰই জনসাধাৰণৰ হিতাৰ্থে  কৰিবলগীয়া চাৰিটা কাৰ্য উল্লেখ কৰাঁ।

উত্তৰঃ 

11. ৰাষ্ট্ৰই পালন কৰা অতিৰিক্ত বাধ্যতামূলক চাৰিটা কাৰ্য উল্লেখ কৰাঁ।

উত্তৰঃ 

12. ৰাষ্ট্ৰৰ উৎপত্তিৰ ঐশ্বৰিক অৰ্থাৎ দৈৱিক মতবাদৰ বিষয়ে বুজাই লিখাঁ।

উত্তৰঃ

13. ৰাষ্ট্ৰৰ উৎপত্তিৰ সামাজিক চুক্তি মতবাদৰ বিষয়ে আলোচনা কৰাঁ।

উত্তৰঃ

14. চমুটোকা লিখাঁ 

a. শক্তিতত্ত্ব বা বলপ্ৰয়োগ মতবাদঃ 

উত্তৰঃ

b. ক্ৰমবিৱৰ্তন মতবাদঃ 

উত্তৰঃ

15. ৰাষ্ট্ৰৰ বাধ্যতামূলক কাৰ্যবোৰৰ বিষয়ে আলোচনা কৰাঁ।

উত্তৰঃ  

16. ৰাষ্ট্ৰৰ গৌণ কাৰ্যৱলীৰ বিষয়ে চমুকৈ লিখাঁ।

উত্তৰঃ