AJB Class 8 Social Science Chapter 9 Answer অৰ্থবিজ্ঞান আৰু ইয়াৰ কিছুমান মৌলিক ধাৰণা 

পাঠ ৯

অৰ্থবিজ্ঞান আৰু ইয়াৰ কিছুমান মৌলিক ধাৰণা 

1) তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা।

a) মানুহৰ দৈনন্দন কাম-কাজসমূহ কি কি ভাগত ভাগ কৰিব পাৰে?

উত্তৰঃ 

b) মানুহৰ আৰ্থিক কাৰ্যৰ প্ৰধান উদ্দেশ্য কি?

উত্তৰঃ 

c) অৰ্থবিজ্ঞানত ‘বস্তু’ কাক বোলে?

উত্তৰঃ 

d) ‘বস্তু’ৰ প্ৰাথমিক ভাগ দুটা কি কি?

উত্তৰঃ 

e) ‘ভোগ’ কাক বোলে?

উত্তৰঃ 

f) ‘উপযোগিতা’ কাক বোলে?

উত্তৰঃ 

g) উৎপাদন বুলিলে কি বুজা?

উত্তৰঃ 

h) বতাহ, বৰষুণ, সূৰ্যৰ তাপ আদিৰ বিনিময় মূল্য নথকাৰ কাৰণ কি?

উত্তৰঃ 

2. তলত দিয়া প্ৰশ্নসমূহৰ যথোচিত উত্তৰ লিখা।

a) অৰ্থবিজ্ঞানৰ বিষয়বস্তু কি লিখা।

উত্তৰঃ 

 b) আৰ্থিক বস্তুৰ বাবে কিয় বিনিময় মূল্য পৰিশোধ কৰিবলগা হয়?

উত্তৰঃ 

c) বীজ হিচাবে ৰখা ধান কোন শ্ৰেণীৰ বস্তু一 ভোগ্য বস্তু নে মূলধনজাতীয় বস্তু? উত্তৰৰ সপেক্ষে কাৰণ দৰ্শোৱা।

উত্তৰঃ 

d) অৰ্থবিজ্ঞানত মূল্য বুলিলে কি বুজায়?

উত্তৰঃ 

e) উপযোগিতা কি কি প্ৰকাৰে সৃষ্টি কৰিব পাৰে লিখা।

উত্তৰঃ 

3. পাৰ্থক্য লিখাঁ।

a) আৰ্থিক কাৰ্য আৰু অনা-আৰ্থিক কাৰ্য।

উত্তৰঃ 

b) মুক্ত বস্তু আৰু আৰ্থিক বস্তু।

উত্তৰঃ

c) ভোগ্য বস্তু আৰু মূলধনজাতীয় বস্তু।

উত্তৰঃ

d) মূল্য আৰু দাম।

উত্তৰঃ

e) চাহিদা আৰু যোগান।

উত্তৰঃ

4. সকলো বস্তুৰ উপযোগিতা আছে কিন্তু উপকাৰিতা নাই। উদাহৰণসহ ব্যাখ্যা কৰাঁ।

উত্তৰঃ  

5. উৎপাদন কাক বোলে? উৎপাদন কেনেদৰে কৰিব পাৰি লিখা।

উত্তৰঃ 

6. চাহিদা কাক বোলে? দাম আৰু সময়ৰ লগত চাহিদাৰ সম্পৰ্ক কি?

উত্তৰঃ 

Scroll to Top