প্ৰাচীন ভাৰতীয় চিন্তা | BA 1st Semester Philosophy Chapter 3 Question Answer | স্মৃতি আৰু মহাকাব্য পাঠটোৰ উত্তৰ | NEP-2026
স্মৃতি আৰু মহাকাব্য ► অতি চমু প্রশ্নোত্তৰ : ১। মনুৰ সবাতোকৈ মহান বৰঙণি কি? উত্তৰ: মনুৰ সবাতোকৈ মহান বৰঙণি হ’ল আইনক […]
স্মৃতি আৰু মহাকাব্য ► অতি চমু প্রশ্নোত্তৰ : ১। মনুৰ সবাতোকৈ মহান বৰঙণি কি? উত্তৰ: মনুৰ সবাতোকৈ মহান বৰঙণি হ’ল আইনক […]
Chapter 2 স্থান আৰু সমাজ-মানৱ প্ৰজাতী ধৰ্ম আৰু ভাষা উত্তৰ দিয়া । ১) সমাজ বুলিলে কি বুজা? উত্তৰঃ সমাজ বা মানৱ সমাজ বুলিলে সাধাৰণতে একে নীতি-নিয়ম মানি চলা লোকসকলৰ এটা সমষ্টিক বুজা যায়। অন্যান্য প্রাণী তথা জীৱ-জন্তুৰ দৰে মানুহেও অকলশৰীয়াকৈ বসবাস কৰিব নোৱাৰে। আদিম যুগৰ পৰা আজি পর্যন্ত মানুহে একো-একোটা গোট বা দল হৈ বসবাস কৰি আহিছে। এই দল বা গোটসমূহ কেতবোৰ নীতি-নিয়মৰ দ্বাৰা পৰিচালিত হয়। এনেকুৱা নির্দিষ্ট নিয়ম-নীতিৰে পৰিচালিত মানুহ স্থায়ী গোট একোটাকে সৰল অৰ্থত একো একোখন সমাজ বা Socity বুলি কোৱা হয়। আদিম যুগৰ পৰা মানুহে এইদৰে দলবান্ধি বসবাস কৰি আহিছে যদিও নৱপ্ৰস্তৰ যুগৰ মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে মানুহৰ মাজত সমাজৰ প্ৰয়োজনীয়তা ক্রমশঃ বৃদ্ধি পাবলৈ লয়। স্থায়ীভাৱে বসবাস কৰা মানুহবোৰৰ মাজত শান্তি-শৃঙ্খলা বজাই ৰখাৰ কাৰণে বিভিন্ন নীতি-নিয়মৰ প্রয়োজন হ’ল আৰু ক্রমান্বয়ে মানুহৰ মাজত সমাজ ব্যৱস্থাই সুদৃঢ় ৰূপ লয়। ২) আদিম সমাজৰ বৈশিষ্ট্যবোৰ উল্লেখ কৰা। উত্তৰঃ আদিম সমাজৰ বৈশিষ্ট্য: ক) আদিম সমাজৰ লোকসকল মূলতঃ নিৰক্ষৰ। তেওঁলোকৰ মাজত কোনো লিপি বা লিখিত সাহিত্য নাথাকে। খ) আদিম সমাজৰ জনসংখ্যাৰ পৰিমাণ তেনেই তাকৰ। গ) আদিম সমাজৰ লোকসকল কাৰিকৰী বিদ্যাত পিছপৰা। ঘ) ব্যৱসায়ৰ ওপৰত আধাৰিত কৰ্মবিভাজন নাই। একেজন লোকেই সমাজৰ সকলো প্ৰকাৰৰ কাম সমাধা কৰে। ঙ) আদিম সমাজৰ মানুহে মূলতঃ পিছপৰা আৰু আওহতীয়া অঞ্চলত বসবাস কৰে। তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া । ১। আদিম সমাজ বুলিলে কি বুজা? উত্তৰ: মানুহে অকলশৰীয়াকৈ বাস কৰি নিজ চাহিদা বা সমস্যাবোৰ সম্পূৰ্ণকৈ সমাধান কৰিবলৈ সমর্থ নহয়। এই ক্ষেত্রত আনৰ সহায়ৰ প্ৰয়োজন অপৰিহাৰ্য। সেইবাবে মানুহে সদায় ফলত তেওঁলোকৰ মাজত পাৰস্পৰিক সম্বন্ধ স্থাপন হয় আৰু ইয়াৰ মাজেৰে কেতবোৰ ৰীতি- নীতি গঢ় লৈ উঠে। এই নীতি-নিমবোৰে মানুহ খোৱা-বোৱা, উৎসৱ-পার্বণ, শিক্ষা-দীক্ষা, পূজা-পাতল আদি সকলোবিলাক দৈনন্দিন জীৱনৰ সকলো প্ৰকাৰৰ কাৰ্য-কলাপ নিয়ন্ত্ৰণ কৰে। এইদৰে সমাজৰ সৃষ্টি হয়। সময়ৰ অগ্ৰসৰৰ লগে লগে সমাজ ক্রমান্বয়ে উন্নতিৰ পথত আগবাঢ়িথাকে। বস্তুগত সংস্কৃতিত সকলোবিলাক সমাজ একে ধৰণৰ উন্নত নহয়। এই ক্ষেত্রত যিবোৰ সমাজ অনুন্নত সেইবোৰ সমাজকে আদিম সমাজ বুলি আখ্যা দিয়া হয়। অর্থাৎ নীতি-নিয়ম বা সংস্কৃতিৰ ক্ষেত্ৰত পিছপৰি থকা বা পিছপৰা সমাজকে আদিম সমাজ বোলে। পৃথিৱীৰ ভালেমান অঞ্চলৰ লোকসকলে আজিও খেতি কৰিব নাজানে, পশুপালন নকৰে, স্থায়ীকৈ বাসস্থান সাজিব নোখোজে, উন্নত প্ৰকাৰৰ কোনো সা-সঁজুলিও ব্যৱহাৰ কৰিব নাজানে। বর্তমান অৱস্থাত থকা এনেকুৱা সমাজবোৰক আদিম সমাজ বুলি জনা যায়। সাধাৰণতে অতব্য অৰণ্যভূমি, শুকান মৰুভূমি, দুর্গম পর্বতীয়া অঞ্চল, চিৰকাল বৰফাকৃত অঞ্চল, অস্বাস্থ্যকৰ জলবায়ু অঞ্চলত বসবাস কৰা লোকসকলৰ সমাজ আদিম সমাজৰ উদাহৰণ। ২। মানৱ প্রজাতি বিষয় চমুকৈ লিখা । উত্তৰঃ পৃথিৱীৰ মানৱ সমাজ হ’ল জীৱৰ ক্ৰমবিকাশৰ সবাতোকৈ শ্রেষ্ঠ জীৱ প্রজাতি। জৈৱিক গুণাগুণৰ ফালৰ পৰা পৃথিৱীত বসবাস কৰা সকলো শ্ৰেণীৰ মানুহ বা মানৱ প্রজাতি একে যদিও এওঁলোকৰ মাজত দেখিবলৈ পোৱা কেতবোৰ ভিন্নতাৰ বাবে সকলো মানুহকে একে ধৰণৰ দেখা নেযায়। অর্থাৎ পৃথিৱীৰ ভিন্ন ভিন্ন অঞ্চলত বসবাস কৰা মানুহৰ দেহত কেতবোৰ ভিন্নতা পৰিলক্ষিত হয়। আফ্রিকা মহাদেশত বসবাস কৰা মানুহ এগৰাকীৰ দৈহিক গঠন বা গাৰ বৰণ ইউৰোপ বা এছিয়াৰ পূৰ্বপ্ৰান্তৰ লোকসকলৰ লগত যথেষ্ট পার্থক্য পৰিলক্ষিত হয়। মানুহৰ দেহত দেখিবলৈ পোৱা এনেকুৱা পাৰ্থক্যবোৰৰ ভিত্তিত সমগ্র পৃথিৱীত বসবাস কৰা মানৱ প্ৰজাতিক শ্রেণীবিভাজন কৰা প্রয়োজনীয়তা বোধ কৰি সমগ্ৰ ধৰাৰ বুকুত দেখিবলৈ পোৱা মানুহক মূলতঃ তিনিটা মুখ্য প্রজাতিত শ্রেণীবিভাজন কৰা হৈছে। এই তিনিপ্ৰকাৰৰ মানৱ প্ৰজাতি হ’ল– ক) ককেছীয় / Caucasoid খ) মংগোলীয় / Mongoloid
অবৈদিক চিন্তা অনুশীলনী প্ৰথম খণ্ড ●চমু প্ৰশ্নঃ ১) বৌদ্ধ দৰ্শন বৈদিক/অবৈদিক দৰ্শন। উত্তৰঃ– বৌদ্ধ দৰ্শন হৈছে অবৈদিক দৰ্শন। ২) বৌদ্ধ
Chapter 1 মানৱ ভূগোলৰ সংজ্ঞা, অৰ্থ, প্ৰকৃতি, পৰিসৰ মুখ্য উপশাখা আৰু সমসাময়িক প্ৰাসমগিকতা তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া । ১) মানৱ ভূগোলৰ সংজ্ঞা সম্পর্কে চমুটোকা লিখা। উত্তৰঃ ফেড্রিক ৰাটজেল আৰু ভাইডেল ডা-লা-ব্লাছি হ’ল দুগৰাকী পৃথিৱীখ্যাত মানৱ ভূগোলবিদ। এই দুয়োগৰাকী পণ্ডিতে মানৱ ভূগোলৰ সংজ্ঞা এনেদৰে দিবলৈ প্ৰয়াস কৰিছিল। ৰাটজেলৰ সংজ্ঞা: মানৱ ভূগোলৰ সংজ্ঞা দিবলৈ গৈ জার্মান দার্শনিক ফেড্রিক ৰাটজেলে কৈছিল যে মানৱ সমাজ আৰু ভূ-পৃষ্ঠৰ বিভিন্ন পৰিৱেশৰ মাজত গঢ়ি উঠা পাৰস্পৰিক সম্পৰ্কৰ সংশ্লেষণাত্মক অধ্যয়ন পৰিক্ৰমাই মানৱ ভূগোল। লা-ব্লাছিৰ সংজ্ঞা: আনহাতে ফৰাচী ভূগোলবিদ ভাইডেল-দা-লা- ব্লাছিয়ে মানৱ ভূগোলৰ সংক্ষা আগবঢ়াইছে যে মানুহ আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজৰ সম্পর্ক তথা আন্তক্ৰিয়াৰ ধৰণ-কৰণ সম্পৰ্কীয় ভৌগোলিক অধ্যয়ন পৰিক্ৰমাটোক মানব ভূগোল বুলি আখ্যা দিছে। বিভিন্ন সময়ত বিভিন্ন পণ্ডিতে মানৱ ভূগোলৰ বিষয়বস্তুৰ ওপৰত বিভিন্ন ধৰণৰ ব্যাখ্যা আগবঢ়াই আহিছে যদিও এই ক্ষেত্রত ফেট্রিক ৰাটজেলৰ অবদান অন্যতম। সেইবাবেই ৰাটজেলক মানৱ ভূগোলর জনক হিচাপে অভিহিত কৰি আহিছে। গতিকে ফেড্রিক ৰাটজেল হ’ল মানৱ ভূগোলৰ পিতৃস্বৰূপ। ২। মানৱ ভূগোলৰ ক্ৰমবিকাশ সম্পর্কে লিখা। উত্তৰ: মানৱ ভূগোলৰ ক্ৰমবিকাশ: সময়ৰ অগ্রগতিৰ লগে লগে ভূগোলবিজ্ঞানৰ অন্যান্য শাখাবোৰ লগতে মানৱ ভূগোলৰো অধ্যয়ন তথা চিন্তা-চৰ্চাৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে। মানৱ ভূগোলৰ পৰিসৰ যিদৰে অতি ব্যাপক তেনেদৰে ইয়াৰ ক্ৰমবিকাশৰ ধাৰাও অতিকৈ দীঘলীয়া আৰু ভিন্ন প্ৰকৃতিৰ। প্রকৃতাৰ্থত মানৱ ভূগোলৰ আৰম্ভণি হয় তেতিয়াৰ পৰা যেতিয়াৰ পৰা মানুহে প্ৰকৃতিৰ ওপৰত নানা প্রকাৰৰ আৰ্থ-সামাজিক কার্য সংঘটিত কৰিবলৈ লয়। অৱশ্যে বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ উন্নতিয়ে মানৱ ভূগোলৰ গতিধাৰাৰ উন্নতি আৰু বিকাশত যথেষ্ট অৰিহণা যোগাইছে। সেয়ে সময়ৰ পৰিৱৰ্তনত নতুন নতুন ক্রিয়া-কৌশল উদ্ভাৱন হোৱাৰ ফলত মানৱ ভূগোলৰ চিন্তাধাৰাও পৰিৱৰ্তিত হৈ আহিছে। এনে গুণবিশিষ্ট হোৱা হেতুকে মানৱ ভূগোলক এক গতিশীল বিষয় বুলিও কোৱা হয়। ৩। সামাজিক ভূগোল সম্পর্কে লিখা । উত্তৰঃ সামাজিক ভূগোল (Social geography): অধ্যয়নৰ বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি মানৱ ভূগোলক মূলতঃ তিনিটা শাখাত বিভক্ত কৰা হৈছে। এই শাখা তিনিটাৰ এটা হ’ল সামাজিক ভূগোল। সামাজিক ভূগোল মানৱ ভূগোলৰ এক গুৰুত্বপূৰ্ণ শাখা। মানৱ ভূগোলৰ এই গুৰুত্বপূৰ্ণ শাখাটোত মূলতঃ মানুহৰ জীৱনৰ ওপৰত গুৰুত্ব প্রদান কৰা হৈছে। বিশেষকৈ ধৰাৰ বুকুৰ ভিন্ন ভিন্ন প্রাকৃতিক পৰিবেশত মানুহে কি ভাবে সম্বন্ধ স্থাপন কৰিবলৈ লৈছে, একো একোটা পৰিবেশত বসবাস কৰা লোক সংখ্যাৰ বিতৰণ, ঘনত্ব, লোক বসতিৰ বিস্তাৰ, আৰ্হি, গৃহ নিৰ্মাণৰ আৰ্হি, সাংস্কৃতিক জীৱন, মানুহৰ আচৰণ বিধি আদিৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। ইয়াৰ উপৰিও মানুহৰ নানা প্ৰকাৰৰ সামাজিক সমস্যাসমূহৰ বিষয়েও সামাজিক ভূগোলত প্রত্যক্ষভাৱে আলোচনা কৰা হয়। বিষয়বস্তুৰ তৰফৰ পৰা চাবলৈ গ’লে সামাজিক ভূগোলত মানৱৰ ওপৰত সৰ্বাধিক প্রাধান্যতা দিয়া হয়। বিষয়বস্তুৰ ভিন্নতাৰ বাবে সামাজিক ভূগোলক আকৌ জনসংখ্যা ভূগোল, জনবসতি ভূগোল, পৌৰ ভূগোল, আচৰণ ভূগোল, কল্যাণ ভূগোল, সাংস্কৃতিক ভূগোল, ঐতিহাসিক ভূগোল আদি উপ-শাখাত বিভক্ত কৰা হৈছে। ব্যাখ্যা কৰা। ১। মানৱ ভূগোলৰ বিকাশত দার্শনিক ভাইডেল ডা–লা–ব্লাছিৰ অবদান ব্যাখ্যা কৰা। উত্তৰঃ মানৰ ভূগোলৰ বিকাশত দার্শনিক ভাইডেল ডা-লা-ব্লাছিৰ অৱদান: Vidal de la Blache এগৰাকী ফ্ৰান্সৰ নাগৰিক আছিল। ১৮৪৫ চনত দক্ষিণ ফ্রান্সত তেখেতৰ জন্ম হৈছিল। ১৮৬৫ চনত পেৰিচৰ পৰা তেখেতে ভূগোল আৰু বুৰঞ্জী বিষয়সহ স্নাতক ডিগ্রী লাভ কৰিছিল। প্ৰথম অৱস্থাত Vidal
Chapter 4 Financial system and its function A) Very Short Questions and Answers : 1. What is financial system?Ans. A
Chapter 5 Basic features of Indian economy 1. When was India’s first official census operation under Taken? Ans. In 1881. 2.
Chapter 3 Economic growth and development (A) Very Short Questions and Answer: 1. Write one feature of sustainable development. Ans: It
বৈদিক চিন্তা অনুশীলনী ●চমু প্ৰশ্নঃ ১) ‘বেদ’ ৰ আক্ষৰিক অৰ্থ কি? উত্তৰঃ– ‘বেদ’ ৰ আক্ষৰিক অৰ্থ হ’ল জ্ঞান আৰু বিদ্য়া।
Chapter 2 Index Number (A)Very short Question and Answer: 1.Explain the meaning of index number. Ans: Index number are devices for
Chapter 1 Basics of data collection (A) Very Short Questions and Answers 1. Give two examples of secondary data. Ans: (a)