Gauhati University BA 5th Sem Political Science (Major Course) Chapter 4 “ছুইজাৰলেণ্ডৰ সংবিধানৰ পৰিচয়” Solution | FYUGP 5th Sem Political Science Paper 11 Chapter 4 Answer | 2025-2026 |
ছুইজাৰলেণ্ডৰ সংবিধানৰ পৰিচয় অতি চমু প্রশ্নোত্তৰ ১। বর্তমান ছুইজাৰলেণ্ডত কিমানটা ক্যান্টন আছে? উত্তৰঃ ২৬টা ক্যান্টন। ২। ছুইজাৰলেণ্ডৰ সংবিধানৰ বিশেষ বৈশিষ্ট্য