Might Learn Logo Might Learn
GU BA

GU BA 2nd Sem History Chapter 5 Question Answer | খালচা পৰম্পৰা আৰু মোগলৰ বিৰুদ্ধে প্ৰত্য়াহ্বানৰ পৰা….. ওঠৰ শতিকাঃ মোগল সাম্ৰাজ্য়ৰ পতনলৈ পাঠটোৰ প্ৰশ্ন উত্তৰ

 GU BA 2nd Sem History Chapter 5 Question Answer খালচা পৰম্পৰা আৰু মোগলৰ বিৰুদ্ধে প্ৰত্য়াহ্বানৰ পৰা….. ওঠৰ শতিকাঃ মোগল সাম্ৰাজ্য়ৰ […]

GU BA

GU BA 2nd Sem History Chapter 4 Question Answer | মোগল সম্ৰাটসকলঃ আকবৰ, ঔৰংগজেৱৰ পৰা….. অভিজাত শ্ৰেণী, মনছবদাৰ-জাগীৰদাৰ, প্ৰশাসনলৈ পাঠটোৰ প্ৰশ্ন উত্তৰ

 GU BA 2nd Sem History Chapter 4 Question Answer মোগল সম্ৰাটসকলঃ আকবৰ, ঔৰংগজেৱৰ পৰা….. অভিজাত শ্ৰেণী, মনছবদাৰ-জাগীৰদাৰ, প্ৰশাসনলৈ ▶▶ অতি চমু

GU BA

GU BA 2nd Sem History Chapter 3 Question Answer | লোডী বংশ আৰু পানিপথৰ যুদ্ধ, বাবৰৰ বিজয়ৰ পৰা….. উৰিষ্য়াৰ গজপতিসকল, বংগ, কাশ্মীৰৰ চুলতানলৈ পাঠটোৰ প্ৰশ্ন উত্তৰ

 GU BA 2nd Sem History Chapter 3 Question Answer লোডী বংশ আৰু পানিপথৰ যুদ্ধ, বাবৰৰ বিজয়ৰ পৰা….. উৰিষ্য়াৰ গজপতিসকল, বংগ,

GU BA

BA 1st Semester Sociology Chapter 2 Question Answer | সমাজতত্ত্ব আৰু অন্য়ান্য় সমাজ বিজ্ঞান |

সমাজতত্ত্ব আৰু অন্য়ান্য় সমাজ বিজ্ঞান অনুশীলনী ১) ‘সমাজতত্ত্ব আৰু নৃতত্ত্ব যমজ ভগ্নী স্বৰূপ।’ – আলোচনা কৰা। উত্তৰঃ সমাজতত্ত্বৰ দ্বৰে নৃতত্ত্বও হৈছে

GU BA

GU BA 2nd Sem History Chapter 2 Question Answer | চুলতানী শাসন প্ৰতিষ্ঠা, সুদৃঢ়কৰণ আৰু প্ৰসাৰণৰ পৰা….. চুলতানীৰ অধীনত প্ৰশাসন, ইকটা পদ্ধতিলৈ পাঠটোৰ প্ৰশ্ন উত্তৰ

 GU BA 2nd Sem History Chapter 2 Question Answer চুলতানী শাসন প্ৰতিষ্ঠা, সুদৃঢ়কৰণ আৰু প্ৰসাৰণৰ পৰা….. চুলতানীৰ অধীনত প্ৰশাসন, ইকটা

GU BA

BA 1st Semester Sociology Chapter 1 Question Answer | সমাজতত্ত্বঃ অধ্যয়নৰ এক বিষয় আৰু পৰিপ্ৰেক্ষা |

 সমাজতত্ত্বঃ অধ্যয়নৰ এক বিষয় আৰু পৰিপ্ৰেক্ষা অনুশীলনী ১) সমাজতত্ত্বৰ অৰ্থ প্ৰকাশ কৰা। উত্তৰঃ ১৯ শ শতিকাত জন্মলাভ কৰা সমাজ বিজ্ঞানসমূহৰ ভিতৰত সমাজতত্ত্বই

GU BA

GU BA 2nd Sem History Chapter 1 Question Answer | মধ্য় যুগৰ ভাৰত বুৰঞ্জীৰ ধাৰণা; উৎসৰ পৰা….. আঞ্চলিক বুৰঞ্জী লিখনঃ বাখাৰ, বুৰঞ্জী আৰু খ্য়াতসমূহলৈ পাঠটোৰ প্ৰশ্ন উত্তৰ

 GU BA 2nd Sem History Chapter 1 Question Answer মধ্য় যুগৰ ভাৰত বুৰঞ্জীৰ ধাৰণা; উৎসৰ পৰা…..  আঞ্চলিক বুৰঞ্জী লিখনঃ বাখাৰ,

GU BA

GU BA 1st Sem Sociology Answer AM | BA 1st Sociology Model CBCS Syllabus Guwahati University | GU BA 1st Semester Sociology syllabus Sociology per CBCS System | GU BA 1st Semester Sociology | GU TDC 1st Sem Sociology Suggestion | স্নাতক প্ৰথম সান্মাষিকৰ সমাজবিজ্ঞানৰ প্ৰশ্ন উত্তৰ গুৱাহাটী বিশ্ববিদ্য়ালয় | Paper Code: SOC-HC-1016 | Paper Code: SOC-HC-1026 | paper Code: SOC-HG-1016 |

GU BA 1st Semester Sociology Solution  Published@2026 CONTENT S. No GU BA Solutions for 1st Semester Sociology Solution- All Chapters

GU BA

GU BA 2 nd Semester Geography Chapter 4 Question Answer | প্ৰবৰ্জন – কাৰক ফলাফল পাঠটোৰ প্ৰশ্ন উত্তৰ | NEP-2026

Chapter 4 প্ৰবৰ্জন – কাৰক ফলাফল ১। আন্তর্জাতিক প্ৰব্ৰজনৰ প্ৰকাৰ। উত্তৰঃ আন্তর্জাতিক প্ৰব্ৰজনৰ প্ৰকাৰসমূহ (Types of International Mi- gration) : আন্তঃর্জাতিক প্রব্রজন অর্থাৎ বিভিন্ন ৰাষ্ট্ৰৰ মাজত হোৱা প্ৰব্ৰজনৰ উদ্দেশ্য, কাৰণ একে ধৰণৰ নহয়। প্ৰব্ৰজনকাৰীসকলে বিভিন্ন কাৰণত, বিভিন্ন উদ্দেশ্যত এখন দেশৰ পৰা অইন এখন দেশলৈ বাসস্থান সলনি কৰিবলৈ বাধ্য হয়। উদাহৰণ স্বৰূপে অসমৰ পমুৱা মুছলমানসকলে অসমৰ বিভিন্ন অঞ্চলত চৰ অঞ্চল আৰু দ পথাৰবোৰত কৃষিকার্য কৰাৰ উদ্দেশ্যে বাংলাদেশৰ পৰা আগমন ঘটিছে। আনহতে, ক্রীতদাস ব্যৱসায় চলাবৰ বাবে এটা সময়ত আফ্রিকাৰ পৰা হাজাৰ হাজাৰ নিগ্ৰো প্ৰজাতিৰ ক’লা মানুহে বলপূর্বকভাবে আমেৰিকালৈ অনা হৈছিল আনকি ধৰ্মপ্ৰচাৰৰ মাধ্যমেৰেও পৃথিৱীৰ বিভিন্ন দেশলৈ বিভিন্ন ধৰ্মৰ লোকসকলৰ প্ৰব্ৰজন ঘটা দেখা যায়। সেয়েহে প্ৰব্ৰজকাৰী লোকসকলৰ উদ্দেশ্য আৰু কাৰণৰ ভিত্তিত আন্তর্জাতিক প্রব্রজন বিভিন্ন শ্রেণীত বিভাজন কৰিব পাৰি।  ২। আন্তঃপ্ৰব্ৰজন আৰু বহিঃপ্ৰব্ৰজনৰ পার্থক্যঃ উত্তৰঃ আন্তঃপ্ৰব্ৰজন (Immigration): যেতিয়া কোনো জনসমষ্টি এখন দেশৰ পৰা অইন এখন দেশলৈ গৈ অথবা এঠাইৰ পৰা গৈ অইন এঠাইত বসবাস কৰিবলৈ লয় তেতিয়া নতুনকৈ বসবাস কৰিবলৈ লোৱা দেশ বা ঠাইখনৰ ক্ষেত্ৰত এই প্রক্রিয়াক আন্তঃপ্রব্রজন বুলি কোৱা হয়। উদাহৰণ হিচাপে বাংলাদেশৰ পৰা অসমলৈ আহি বসবাস কৰিবলৈ লোৱা প্ৰক্ৰিয়াটোক অসমৰ বাবে কোৱা হয় আন্তঃপ্রব্রজন। আন্তঃপ্ৰব্ৰজনৰ ফলত ঠাইখনৰ জনসংখ্যা বৃদ্ধি হয়। বহিঃপ্রব্রজন (Emigration) : বহিঃপ্রব্রজন আন্তঃপ্ৰব্ৰজনৰ সম্পূৰ্ণ বিপৰীত। কোনো কাৰণত এখন ঠাই বা এখন দেশৰ পৰা কোনো লোক বা জনসমষ্টি গৈ অন্য দেশ বা অন্য অঞ্চলত বসবাস কৰিবলৈ লোৱা ঘটনাটোক প্রথমখন দেশৰ ক্ষেত্রত বহিঃপ্রব্রজন বুলি কোৱা হয়। বহিঃপ্ৰব্ৰজনৰ ফলত ঠাইখনৰ জনসংখ্যা হ্রাস হয়। উদাহৰণ স্বৰূপে পৃথিৱীৰ অন্যান্য দেশৰ বিভিন্ন প্ৰকাৰৰ সা-সুবিধাৰ প্ৰতি আকর্ষিত হৈ যথেষ্ট সংখ্যক ভাৰতীয় লোকে তেনেকুৱা দেশবোৰলৈ গমন কৰা ঘটনাটোৱে হ’ল বহিঃপ্ৰব্ৰজন। আমাৰ দেশৰ পৰা পশ্চিম এছিয়াৰ তেল উৎপাদনকাৰী ৰাষ্টবোৰলৈ বহিঃপ্রব্রজন ঘটে। ৩।  বহিঃপ্রব্রজন মানে কি? উত্তৰঃ বহিঃপ্ৰব্ৰজন: বহিঃপ্রব্রজন, আন্তঃপ্ৰব্ৰজনৰ সম্পূৰ্ণ বিপৰীত। এখন দেশৰ পৰা অইন দেশলৈ মানুহ স্থানান্তৰ হোৱাকে বহিঃপ্ৰব্ৰজন বোলে। উদাহৰণ স্বৰূপে ভাৰতবৰ্ষৰ পৰা পৃথিৱীৰ বিভিন্ন দেশলৈ নানা কাৰণত ভাৰতীয় লোক গমন হোৱা ঘটনা হ’ল বহিঃপ্রব্রজন। সাধাৰণতে আকৰ্ষক কাৰকে যিদৰে আন্তঃপ্রব্রজনত প্রভাব বিস্তাৰ কৰে তেনেদৰে বিকৰ্ষক কাৰক (Push Factors) প্রভাৱৰ পৰিপ্ৰেক্ষিতত বহিঃপ্ৰব্ৰজন ঘটে। ভাৰতবৰ্ষ এখন অত্যধিক জনবসতি দেশত জনসংখ্যাৰ তুলনাত দেশৰ আৰ্থিক দিশ শক্তিশালী নহয়। সেইবাবে দেশৰ সঞ্চিত প্রাকৃতিক সম্পদবোৰৰ প্রকৃত ব্যৱহাৰ ভাৰতত আজিও সম্ভৱ হোৱা নাই। সেইবাবে দেশখনত কাৰিকৰী তথা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত নিয়োগৰ সা-সুবিধা তেনেই সীমিত। ফলত বহুতো ভাৰতীয় লোক দেশীয় নিয়োগ ব্যৱস্থাৰ প্ৰতি বিকৰ্ষিত হৈ পৃথিৱীৰ অন্যান্য দেশলৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছে। এনেকুৱা প্ৰৰিপ্ৰেক্ষিততে পৃথিবীৰ বিভিন্ন দেশত কর্মসংস্থানৰ যোগেদি বহুতো ভাৰতীয় লোক বিদেশত থাকিবলৈ লৈছে। এই শ্ৰেণীৰ প্রব্রজকবিলাককে বহিঃপ্রব্রজক বুলি জনা যায়। বিশেষকৈ মধ্য এছিয়ান তেল ৰপ্তানিকাৰী দেশ, আফ্রিকা, আমেৰিকা, ইংলেণ্ড, অস্ট্রেলিয়া আদি নানা দেশলৈ বহুতো ভাৰতীয় লোক বহিঃপ্রব্রজক হিচাপে গমন কৰিছে। উল্লেখযোগ্য যে এনেকুৱা প্ৰব্ৰজনৰ ফলত দেশৰ জনসংখ্যাৰ ভিৰ কিছু হ্রাস পালেও নানা ধৰণৰ উপযুক্ত সা-সুবিধাৰ অন্বেষণত অনেক মেধাৱী লোক নিজ দেশৰ পৰা আন দেশলৈ হোৱা প্ৰব্ৰজনক মেধাৱী ব্যক্তিৰ প্ৰব্ৰজন (Brain drain migration) বুলি কোৱা হয়। মেধাৱী ব্যক্তিৰ বহিঃপ্ৰব্ৰজনে দেশৰ উন্নতিত বাধা প্রদান হয়। ৪। জনপ্ৰব্ৰজনৰ কাৰকবোৰ কি কি? যিকোনো দুটা কাৰকৰ বিষয়ে লিখা।

Scroll to Top
🎓 My Class

My Subjects