১। তলত দিয়া উত্তৰবোৰৰ পৰা শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা। (ক) তলত উল্লেখ কৰা কোনখন ৰাজ্যত বানপানী সঘনে হ’য়? (১) বিহাৰ (২) পশ্চিম বঙ্গ (৩) অসম (৪) উত্তৰ প্ৰদেশ উত্তৰঃ (খ) উত্তৰাঞ্চল ৰাজ্যত, তলত উল্লেখ কৰা কোখন জিলাত মালপা ভূমিস্খলন সংঘটিত হৈছে? (১) বাগেশ্বৰ (২) চম্পাৱত (৩) আলমেৰা (৪) পিথোৰাগড় (গ) তলৰ কোনখন ৰাজ্যত শীতকালিও বানপানী…