Chapter 3 প্ৰবাহী বিদ্য়ুত অনুশীলনী 3.1 গাড়ী এখনৰ সঞ্চয়ক বেটাৰীটোৰ (storage cell) বিদ্যুত চালক বল 12V | বেটাৰীৰ অন্তঃৰোধ 0.4 Ωহ’লে বেটাৰীৰ পৰা পাব পৰা সৰ্ব্বোচ্চ প্ৰৱাহ নিৰ্ণয় কৰা। উত্তৰঃ 3.2 10V পৰিমাণৰ বিদ্যুত চালক বলৰ আৰু 3Ωঅন্তঃৰোধৰ এটা বেটাৰী ৰোধক এটাৰ লগত সংযোজিত হৈ আছে। বৰ্তনীৰ প্ৰৱাহ 0.5 A হ’লে ৰোধকটোৰ ৰোধ কিমান? বৰ্তনীৰ…