AHSEC Class 11 Sociology Chapter 2 Solution 2026 (Part 2) Assamese Medium | গ্ৰামীণ আৰু নগৰীয়া সমাজত সামাজিক পৰিৱৰ্তন আৰু সামাজিক শৃংখলা
চমু প্ৰশ্নোত্তৰ ১। সামাজিক পৰিৱৰ্তন মানে কি ? উত্তৰঃসামাজিক পৰিৱৰ্তন মানে সমাজৰ সামাজিক সম্বন্ধ, সংস্থা আৰু সংৰচনাত হোৱা উল্লেখযোগ্য পৰিৱৰ্তন। […]