Category: SCERT Class 6 Social Science (AM)

SCERT Class 6 Social Science Chapter 1 Answer | সৌৰজগতত আমাৰ পৃথিৱী

১) সৌৰজগত বুলিলে কি বুজা ? উত্তৰঃ সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱীৰ সৈতে অন্য, গ্ৰহ, উপগ্ৰহ, ধুমকেতু, উল্কা আৰু গ্ৰহাণুপুঞ্জক লৈ সৃষ্টি হোৱা সূৰ্যৰ পৰিয়ালটোকে সৌৰজগত বোলে। (খ) সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম লিখা। উত্তৰঃ বুধ,শুক্ৰ,পৃথিৱী,মঙ্গল,বৃহস্পতি,শনি,ইউৰেনাচ আৰু নেপচুন। (গ) সূৰ্য কি? সূৰ্যৰ বিষয়ে চমুকৈ লিখা। উত্তৰঃ সূৰ্য এটা উত্তপ্ত নক্ষত্ৰ। সূৰ্যৰ ওপৰিভাগৰ উত্তাপ প্ৰায়…

Read the full article