বায়ুৰ ধৰ্ম Chapter: 10 অনুশীলনী ১। শুদ্ধ উত্তৰটো লিখাঃ ক) বায়ুত অক্সিজেন/কাৰ্বন/নাইট্ৰ’জেন আটাইতকৈ বেছিকৈ থাকে । উঃ বায়ুত নাইট্ৰ’জেন আটাইতকৈ বেছিকৈ থাকে । খ) গেছীয়/জুলীয়া বায়ুক আমি চকুৰে দেখোঁ । উঃ জুলীয়া বায়ুক আমি চকুৰে দেখোঁ । গ) বায়ুক গৰম/চেঁচা কৰি জুলিয়া কৰিব পাৰি । উঃ বায়ুক চেঁচা কৰি জুলিয়া কৰিব পাৰি । ঘ) বায়ুৰ মাজেৰে বস্তু দেখা পোৱা যায় /নাযায়…