জীৱজগত পাঠ ২ ১। কোষ কাক বোলে? উত্তৰঃ কোষ হৈছে জীৱ দেহৰ গঠন আৰু কাৰ্যৰ একক। ২। তলত কোনবোৰ ম’নেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত জীৱ? এমিবা, প্লাজম’ডিয়াম, যক্ষ্মা ৰোগৰ বীজাণু, কলেৰা ৰোগৰ বীজাণু। উত্তৰঃ ম’নেৰা ৰাজ্য়ৰ অন্তৰ্ভুক্ত জীৱবোৰ হৈছে – এমিবা, যক্ষ্মা ৰোগৰ বীজাণু আৰু কলেৰা ৰোগৰ বীজাণু। ৩। প্ৰটিষ্টা ৰাজ্যৰ দুটা জীৱৰ নাম লিখা। উত্তৰঃ প্ৰটিষ্টা…