ৰাসায়নিক পৰিৱৰ্তন আৰু ভৌতিক পৰিৱৰ্তন পাঠ ৬ ১। তলত দিয়াবোৰ ভৌতিক নে ৰাসায়নিক পৰিৱৰ্তন চিনাক্ত কৰা— (ক) মমবাতি জ্বলোৱা → ৰাসায়নিক পৰিবৰ্তন। (খ) কাঁহৰ বাচনত সোউজীয়া ৰং ধৰা → ৰাসায়নিক পৰিবৰ্তন। (গ) বৰফ গলি যোৱাটো → ভৌতিক পৰিবৰ্তন। (ঘ) চূণপানী ঘোলা হোৱা → ৰাসায়নিক পৰিবৰ্তন। (ঙ) আহাৰ হজম হোৱা → ৰাসায়নিক পৰিবৰ্তন। ২। সঁচা নে মিছা উল্লেখ কৰা— (ক) মামৰ…