পৃথিৱীৰ উপৰিভাগ পাঠ ৩ ১। স্থলভাগ বুলিলে কি বুজা? উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ শিল, মাটি, বালি আদিৰে গঠিত কঠিন তৰপটোক স্থলভাগ বোলা হয়। ২। জলমণ্ডল বা বাৰিমণ্ডল বুলিলে কি বুজা? উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ দ অংশ, অৰ্থাৎ যিসমূহ চিৰকাল পানীৰে পৰিপূৰ্ণ হৈ থাকে সেইসমূহকে জলমণ্ডল বা বাৰিমণ্ডল বোলা হয়। ৩। পৰ্বত কাক বোলে? কেইখনমান প্ৰধান পৰ্বতৰ নাম লিখা। উত্তৰঃ ওখ,…