Might Learn Logo Might Learn

Class 1 English Chapter 9 Sounds AJB | Assamese Meaning

Sounds

Let’s listen to the sounds of animals. (জন্তুৰ শব্দ শুনিবলৈ আহা।)

‘Bow wow’, says the dog. (‘বো ৱাও’, কুকুৰটোৱে কয়।)

‘Meow meow’ sat the cat. (মেকুৰীটোৱে কয় যে ‘মিউ মিউ’।)

‘Coo coo’, says the dove, (“কু কু”, কপৌটোৱে কয়,)

‘Moo moo’, says the cow. (‘মু মু’, গৰুটোৱে কয়।)

‘caw caw’, says the crow, (‘কাউ কাউ’, কাউৰীয়ে কয়, )

‘Cluck cluck’, says the hen (‘ক্লাক ক্লাক’, কুকুৰাটোৱে কয়)

‘Croak croak’, says the frog, (‘ক্ৰোক ক্ৰোক’, ভেকুলীয়ে কয়,) 

Bleat bleat’, says the lamb. (ব্লিট ব্লিট’, ভেড়াটোৱে কয়।)

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects