Might Learn Logo Might Learn

Class 1 English Rhyme 1 AJB | Assamese Meaning

Rhyme- 1

Let’s recite or sing. (আবৃত্তি বা গান কৰো আহা)

Come Little Children  (কাম লিটিল চিলদেন) ( সৰু ল’ৰা ছোৱালী আহা) 

Come little children, (কাম লিটিল চিলদেন) (সৰু ল’ৰা ছোৱালী আহা)

Come to me, (কাম তু মি) (মোৰ ওচৰলৈ আহা,)

We will sing now A B C. (উই উইল চিং নাঔ এ বি চি) (আমি এতিয়া এ বি চি গাইম।)

ABCD (এ বি চি ডি)

EFG, (ই এফ জি,)

HIJK (এইচ আই জে কে)

LMNOP, (এল এম এন ও পি,)

LMNOPQ (এল এম এন ও পি কিউ)

RST, (আৰ এচ টি,)

UVW (ইউ ভি ডব্লিউ)

XYZ. (এক্স ৱাই জেড।)

If you know your ABC (ইফ ইউ নাঔ ইউ এ বি চি) (যদি তুমি তোমাৰ এ বি চি জানা)

Come and learn their sounds with me. (কাম এন্দ লাৰ্ন দেয়াৰ চাউন্দ উইথ মি,) 

(আহা আৰু মোৰ সৈতে তেওঁলোকৰ শব্দ শিকো।)

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects