Might Learn Logo Might Learn

Class 6 Niti Mallika Chapter 9 Answer ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ

ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ

Chapter 9

১। ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ কোন আছিল?

উত্তৰঃ ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ এজন বিদ্বান আৰু জ্ঞনী ল’ৰা আছিল।

২। ‘বিদ্যাসাগৰ’ উপাধি তেওঁক কোনে প্ৰদান কৰিছিল?

উত্তৰঃ তেওঁ কলকাতাৰ যিখন মহাবিদ্য়ালয়ত পঢ়িছিল তাৰ পৰিচালনা সমিতিয়ে তেওঁ ‘বিদ্য়াসাগৰ’ উপাধি প্ৰদান কৰিছিল।

৩। ভদ্ৰলোকজনে ষ্টেচনত কাক চিঞৰি মাতিছিল?

উত্তৰঃ ভদ্ৰলোকজনে ষ্টেচনত বিদ্য়াসাগৰক চিঞৰি মাতিছিল।

৪। ভদ্ৰলোকজনে কিয় লাজ পাইছিল?

উত্তৰঃ ভদ্ৰলোকজনে বিদ্য়াসাগৰক বিদ্য়াসাগৰ বুলি নাজানিছিল সেই কাৰণে তেওঁৰ লগত বহুত কথা পাতিলে আৰু ভদ্ৰলোকজনে কলে মই বিদ্য়াসাগৰক লগ পাবলৈ আহিছো। বিদ্য়াসাগৰে কলে আপুনি ভিতৰলৈ বলক তাতে লগ পাব। ভিতৰত গল এখন চকীত বহি বিদ্য়াসাগৰে কলে মহাশয় ময়ে বিদ্য়াসাগৰ। আৰু ভদ্ৰলোকজনে নিজৰ ব্য়ৱহাৰত লাজ পাইছিল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects