GU BA 4th Sem Philosophy Answer AM | BA 4th Philosophy Model CBCS Syllabus Guwahati University | GU BA 4th Semester Philosophy syllabus Philosophy per CBCS System | GU BA 4th Semester Philosophy| GU TDC 4th Sem Philosophy Suggestion | স্নাতক চতুৰ্থ সান্মাষিকৰ দৰ্শন প্ৰশ্ন উত্তৰ গুৱাহাটী বিশ্ববিদ্য়ালয় | Paper Code: PHI-HC-4016 | Paper Code: PHI-HC-4026 | Paper Code: PHI-HC-4036 | Paper Code: PHI-HG-4016 |

S. NoGU BA Solutions for 4th Semeste Philosophy – All Paper
Paper Code:: -PHI-0400104
1[a] দৰ্শনৰ সংজ্ঞা, প্রকৃতি আৰু পৰিসৰ[b] দৰ্শনৰ শাখাসমূহ
2[a] দ্রব্য: ডেকার্ট, স্পিনোজা, লেইবনিজ[b] হিউম: কাৰ্যকাৰণ[c] কাল্টঃ দেশ আৰু কাল
3[a] অভিজ্ঞতাবাদ, বুদ্ধিবাদ[b] সংশয়বাদ[c] বিচাৰবাদ
4[a] বাস্তববাদ[b] ভাৱবাদ[c] পৰমব্ৰহ্মবাদ
Paper Code:: PHI-0400204
1[a] প্রমা আৰু অপ্রমা
[b] প্রামাণ্যবাদ
[c] স্মৃতিৰ বিষয়ে আলোচনা
2[a] প্রত্যক্ষ: অর্থ, সংজ্ঞা
(ন্যায়, বৌদ্ধ, জৈন, মীমাংসা, বেদান্ত)
[b] অনুমান: অর্থ, সংজ্ঞা
(ন্যায়, বৌদ্ধ, জৈন, মীমাংসা, বেদান্ত)
3[a ] শব্দ: অর্থ, সংজ্ঞা
(ন্যায়, বৌদ্ধ, জৈন, মীমাংসা, বেদান্ত)
[b] উপমা: অর্থ; সংজ্ঞা (ন্যায়, বৌদ্ধ, জৈন, মীমাংসা, বেদান্ত)
[c] অর্থাপত্তিঃ অর্থ; সংজ্ঞা (ন্যায়, বৌদ্ধবাদ, জৈন, মীমাংসা, বেদান্ত)
[d] অনুপলব্ধিঃ অর্থ, সংজ্ঞা (ন্যায়, বৌদ্ধবাদ, জৈন, মীমাংসা, বেদান্ত)
4[a] খ্যাতিবাদঃ অন্যথাখ্যাতি, বিপৰীতখ্যাতি[b] অখ্যাতি, আত্মখ্যাতি[c] সৎখ্যাতি, অনির্বচনীয়খ্যাতি
Paper Code:: PHI-0400304
1[a] নীতিশাস্ত্ৰৰ পৰিচয়, সংজ্ঞা, প্রকৃতি আৰু পৰিসৰ
[b] নীতিশাস্ত্ৰৰ উপযোগিতা
[c] নীতিশাস্ত্ৰৰ মনোবৈজ্ঞানিক ভিত্তিঃ নৈতিক আৰু নির্নৈতিক ক্রিয়া, ঐচ্ছিক আৰু অনৈচ্ছিক ক্রিয়া
2[a] নৈতিক ধাৰণা: শুদ্ধ আৰু ভুল, শ্রেয় বা কল্যাণ আৰু বেয়া, কর্তব্য, উচিত, সদ্‌গুণ আৰু অসদগুণ, ন্যায়[b] নৈতিক বিচাৰঃ নৈতিক বিচাৰৰ প্ৰকৃতি[c] মূল্যাত্মক আৰু তথ্যমূলক অৱধাৰণৰ মাজৰ পাৰ্থক্য
3[a] সদাচাৰ নীতিশাস্ত্ৰ বা সদগুণৰ নৈতিক মতবাদ
[b] কর্তব্যমূলক নৈতিক মতবাদ
[c] উপযোগিতাবাদ
4[a] নীতিশাস্ত্ৰ আৰু স্বাৰ্থ আৰু কৰ্তব্যৰ বিৰোধিতা[b] স্বাধীনতা আৰু দায়বদ্ধতা[c] শাস্তি সম্পর্কীয় মতবাদ: প্ৰতিৰোধাত্মক, সংশোধনাত্মক আৰু প্ৰতিশোধাত্মক মতবাদ
Paper Code:: PHI0400404
1তর্কবিজ্ঞানৰ মৌলিক ধাৰণা (Basic Logical Concepts)
2নিৰপেক্ষ বচন আৰু অমাধ্যম অনুমান (Categorical Propositions and Immediate Inference)
3নিৰপেক্ষ ন্যায় (Categorical Syllogism)
4সাধাৰণ ভাষাত ন্যায় অনুমান (Syllogism in Ordinary Language)
✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top