GU BA 5th Sem Political Science Answer AM | BA 5th Political Science Model CBCS Syllabus Guwahati University | GU BA 5th Semester Political Science syllabus Political Science per CBCS System | GU BA 5th Semester Political Science | GU TDC 5th Sem Political Science Suggestion | স্নাতক পঞ্চম সান্মাষিকৰ ৰাজনীতি বিজ্ঞান প্ৰশ্ন উত্তৰ গুৱাহাটী বিশ্ববিদ্য়ালয় | Paper Code: POL-HC-5016 | Paper Code: POL-HC-5026 | Paper Code: POL-HE-5016 | POL-HE-5026 | POL-HE-5036 | Paper Code: POL-HE-5046 |

গোটPaper Code: POL-0500104 (Paper 9)
গোট-১প্ৰাচীন ৰাজনৈতিক চিন্তাধাৰা:
(ক) কৌটিল্য: রাষ্ট্রৰ তত্ত্ব
(খ) মনু: সামাজিক আইন
গোট-২মধ্যযুগীয় ৰাজনৈতিক চিন্তাধাৰা:
(ক) জিয়াউদ্দিন বৰণী: আদৰ্শ ৰাজনীতি
(খ) আবুল ফজল: শাসন আৰু প্ৰশাসন
গোট-৩আধুনিক ৰাজনৈতিক চিন্তাধাৰা:
(ক) ৰাজা বামমোহন ৰায়: সংস্কাৰবাদী ধাৰণা
(খ) গান্ধী: স্বৰাজ; সত্যাগ্ৰহ; আধুনিক সভ্যতাৰ সমালোচনা
(গ) নেহৰু: ধৰ্মনিৰপেক্ষতা, সমাজবাদ
গোট-৪ভাৰতীয় ৰাজনৈতিক চিন্তাধাৰা আৰু জাতি, শ্ৰেণী আৰু লিঙ্গ:
(ক) আম্বেদকাৰ: জাতি বিষয়ক দৃষ্টিপাত
(খ) লোহিয়া: সমাজবাদ
(গ) তাৱবাই ছিন্দে: পিতৃতন্ত্ৰ আৰু জাতি
গোটPaper Code: POL-0500204 (Paper 10)
গোট-১ৰাষ্ট্ৰসংঘঃ
    ◉ ৰাষ্ট্ৰসংঘৰ বিষয়ে এক ঐতিহাসিক পর্যালোচনা
    ◉ নীতি আৰু লক্ষ্যসমূহ
    ◉ গঠন আৰু কাৰ্য্যসমূহঃ সাধাৰণ সভা; সুৰক্ষা পৰিষদ, অর্থনৈতিক আৰু         সামাজিক পৰিষদ; আন্তর্জাতিক ন্যায়ালয়
গোট-২সংঘাত সমাধানত ৰাষ্ট্ৰসংঘ:
   ◉  শীতল যুদ্ধকালীন সমষ্টিগত সুৰক্ষা
   ◉  শান্তিৰক্ষা, শান্তি স্থাপন আৰু বলপ্রয়োগ, শান্তি নির্মাণ আৰু সুৰক্ষা         প্ৰদানৰ দায়িত্ব
   ◉ ৰাষ্ট্ৰসংঘৰ সংস্কাৰ
গোট-৩ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থাসমূহঃ
     ◉ ভূমিকা আৰু প্ৰত্যাহ্বান: ৰাষ্ট্ৰসংঘ উন্নয়ন কাৰ্য্যসূচী (UNDP)
     ◉ ৰাষ্ট্ৰসংঘ পৰিবেশ কার্য্যসূচী (UNEP)
     ◉ শৰণাৰ্থীৰ বাবে ৰাষ্ট্ৰসংঘৰ উচ্চাযুক্তৰ কাৰ্যালয় (UNHCR)
     ◉ বিশ্ব স্বাস্থ্য সংস্থা (WHO)
গোট-৪শীতল যুদ্ধৰ সমাপ্তিৰ পৰা হোৱা প্ৰধান গোলকীয় সংঘাতসমূহঃ               
◉ আফগানিস্তানৰ যুদ্ধ
◉ ইৰাকৰ যুদ্ধ
◉ ইউক্রেইনৰ যুদ্ধ
গোটPaper Code: POL-0500304 (Paper 11)
গোট-১তুলনামূলক ৰাজনীতিৰ পৰিচয়
(ক) অৰ্থ আৰু প্ৰকৃতি
(খ) তুলনামূলক পদ্ধতি
(গ) তুলনামূলক ৰাজনীতি বোধৰ বাবে পৰম্পৰাগত আৰু আধুনিক দৃষ্টিভংগী
গোট-২ব্রিটিছ সংবিধানৰ পৰিচয়ঃ
(ক) ইতিহাস, চলিত প্ৰথা বা পৰম্পৰা, বৈশিষ্ট্যসমূহ
(খ) ৰাজতন্ত্র
(গ) সংসদ
(ঘ) প্ৰধানমন্ত্ৰী আৰু কেবিনেট
গোট-৩আমেৰিকা যুক্তৰাষ্ট্ৰ সংবিধানৰ পৰিচয়ঃ
(ক) ইতিহাস আৰু বৈশিষ্ট্যসমূহ
(খ) ৰাষ্ট্ৰপতি আৰু কংগ্ৰেছ
(গ) সৰ্বোচ্চ ন্যায়ালয়
(ঘ) যুক্তৰাষ্ট্ৰবাদ
গোট-৪ছুইজাৰলেণ্ডৰ সংবিধানৰ পৰিচয়ঃ
(ক) ইতিহাস আৰু বৈশিষ্ট্যসমূহ
(খ) ফেডাৰেল কাউন্সিল আৰু দ্য ফেডাৰেল এছেম্বলী
(গ) চুইছ ফেডাৰেচন
(ঘ) ফেডাৰেল ক’ৰ্ট
✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top