CONTENT
| S. No | GU BA 5th Sem Assamese Paper 12 All Chapter – Solution |
|---|---|
| গোট:১ | ব্য়াকৰণঃ সংজ্ঞা, ইতিহাস (প্ৰাচ্য় আৰু পাশ্চাত্য়-পাণিনীয় আৰু গ্ৰীক ধাৰাৰ উল্লিখন), ব্য়াকৰণৰ উপাদান (ধ্বনি, ৰূপ, শব্দ আৰু বাক্য়), অসমীয়া ব্য়াকৰণৰ ইতিহাস |
| গোট:২ | অসমীয়া ভাষাৰ ধ্বনিতত্ত্ববিভাজ্য় ধ্বনিঃ স্বৰধ্বনি, ব্য়ঞ্জনধ্বনিঅবিভাজ্য় ধ্বনিঃ শ্বাসাঘাত, সন্ধি, অনুনাসিকতা, সুৰ-লহৰ |
| গোট:৩ | অসমীয়া ভাষাৰ ৰূপতত্ত্বঃ প্ৰাকৃতি, প্ৰকৃতি, সৰ্গ (প্ৰত্য়য়, বিভক্তি), পদ আৰু পদৰ শ্ৰেণীবিভাজন (নামপদ, ক্ৰিয়াপদ), বচন, লিংগ, কাৰকবাচক শব্দৰূপ, ধাতুৰূপ (কাল, ভাব, দশা, পুৰুষ) |
| গোট:৪ | অসমীয়া ভাষাৰ বাক্য়তত্ত্বঃ অসমীয়া বাক্য়ৰ শ্ৰেণীবিভাজন, বাক্য়ৰ উপাদান পদৰ সংগতি আৰু ক্ৰম, নিকটস্থ অংগবিচাৰ, খণ্ডবাক্য় গঠনৰ নিয়ম, ৰূপান্তৰ উৎপাদক ব্য়াকৰণ |
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post