Chapter 1 (part 1) –
মিঠা ফল, টেঙা ফল
- কেঁহা ফল: কেঁহা পেঁপা, কেঁহা কল, কেঁহা জাম
- ফল → বল, জল, কল
- গাত → পাত, মাত, নাট
- ধৰে → পৰে, কৰে, লৰে
- পকা → ককা, উকা, চকা
- নেমু
- আমলখি
- তেঁতেলী
- জলফাই
- শিলিখা
- কল
- আম
- কঁঠাল
- অমিতা
- আনাৰস
- কেঁহা আম
- কেঁহা কল
- কেঁহা পেঁপা (পাঠৰ বাহিৰৰ উদাহৰণ)
OLD
পাঠ ২
কেৰ্কেটুৱালৈ মৰম
👉Text Books PDF
👉MCQ Online Exam
👉MCQ Answer
১) কেৰ্কেটুৱা পোৱালিটো তাৰ মাকৰ বৰ মৰমৰ আছিল। তুমি কাৰ কাৰ মৰমৰ?
মই পেহীৰ মৰমৰ
মই ককাৰ মৰমৰ।
মই আইতাৰ মৰমৰ ।
মই বৰ্তা মৰমৰ ।
মই মাহীৰ মৰমৰ ।
👉যুক্তাক্ষৰ ভাঙি পঢ়ো আৰু লিখোঁ আহা।
২) ৰ-ৰ লগত অন্য় আখৰ যোগ হ’লে ৰ-ৰ ৰূপ সলনি হৈ (ৰেফ) হয় আৰু লগ হোৱা আখৰটোৰ ওপৰত বহে।
ৰেফ () যোগ কৰি যুক্তাক্ষৰ গঠন কৰোঁ আহা
ৰ+ক ৰই কই ৰ্ক
ৰ+ব ৰই বই ৰ্ব
ৰ+ম ৰই মই ৰ্ম
ৰ+ত ৰই তই ৰ্ত
ৰ+য ৰই যই ৰ্য
ৰ+জ ৰই জই ৰ্জ
ৰ+ণ ৰই ণই ৰ্ণ
ৰ+শ ৰই শই ৰ্শ
৩) পঢ়োঁ আহা
ৰ্ক তৰ্ক সতৰ্ক কৰ্কৰা কেৰ্কেটুৱা।
ৰ্ব গৰ্ব খৰ্ব পৰ্ব পৰ্বত।
ৰ্ম ধৰ্ম কৰ্ম বৰ্ম নৰ্মদা।
ৰ্ত আৰ্ত ধূৰ্ত কৰ্তব্য় কীৰ্তন
ৰ্য কাৰ্য ধৰ্য্য় সূৰ্য আৰ্য।
ৰ্জ দৰ্জা নিৰ্জু অৰ্জুন নিৰ্জন।
ৰ্ণ বৰ্ণ কৰ্ণ সুৱৰ্ণ বিৱৰ্ণ।
ৰ্শ অৰ্শ দৰ্শন আদৰ্শ নিদৰ্শন ।
৪) যুক্তাক্ষৰ ভাঙা
উদাহৰণ আৰ্ত ৰ্ত = ৰ+ ত
ধূৰ্ত ৰ্ত = ৰ + ত । কাৰ্য ৰ্য = ৰ + য।
ধৰ্ম ৰ্ম = ৰ + ম । দৰ্জা ৰ্জ = ৰ +জ।
সূৰ্য ৰ্য = ৰ + য । পৰ্বত ৰ্ব = ৰ + ব।
কৰ্ণ ৰ্ণ = ৰ + ণ । অৰ্শ ৰ্শ = ৰ + শ।
৫) শব্দ সাজা ।
ৰ্ক = মানুহ সতৰ্ক হৈ থাকিব লাগে।
ৰ্ব = ৰহিম কাইলৈ পৰ্বত চাব যাব।
ৰ্ম = প্ৰত্য়েক জাতীয়ে নিজৰ ধৰ্ম বজাই ৰাখিব লাগে।
ৰ্ত = মই আজি মাহী ঘৰলৈ গৈ কীৰ্তন চাম
ৰ্শ = ৰজিতাৰ পৰিয়াল আজি মন্দিৰত দৰ্শন কৰিব যাব।
ৰ্জ = অৰ্জুন ধনু কাৰত বেছিকৈ পাকৈত।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post