Might Learn Logo Might Learn

SCERT Class 2 Assamese Chapter 9 (part 2) Answer 2026 | Class 2 Assamese Book Question Answer SCERT | Chapter 9 (part 2) Question Answer Solution For Assam |

Chapter 9 (part 2) –

উকি মাৰি ৰে’ল চলে

লিখোঁ আহা – প্ৰশ্ন আৰু উত্তৰ
(ক) ৰে’লগাড়ী কেনেকৈ চলে?
উত্তৰ: ৰে’লগাড়ী উকি মাৰি ঝক্ ঝক্‌ শব্দ কৰি চলে।

(খ) মইনা ক’লৈ যাবলৈ ৰৈ আছিল?
উত্তৰ: মইনা ধুবুৰীলৈ যাব বুলি ৰৈ আছিল।

(গ) আলিবাটত কি কি চলে?
উত্তৰ: আলিবাটত মটৰ, অট’, চাইকেল আৰু বাছ চলে।

(ঘ) আকাশত আমি চৰাই উৰি ফুৰা দেখা পাওঁ। নদ-নদী, খাল-বিলত আমি কি দেখা পাওঁ?
উত্তৰ: নদ-নদী, খাল-বিলত আমি জাহাজ আৰু নাও দেখা পাওঁ।

(ঙ) তোমালোকে ৰে’ল, বাছ বা মটৰগাড়ীৰ খিৰিকীৰে বাহিৰলৈ চাই পাইছানে? কি কি দেখা পোৱা বাৰু?
উত্তৰ (উদাহৰণস্বৰূপ): হয়, মই ৰে’লগাড়ীৰ খিৰিকীৰে পাহাৰ, খেতি-পথাৰ, গাঁওঘৰ, গৰু-বাছ আদিও দেখা পাওঁ।

অতিৰিক্ত প্ৰশ্ন-উত্তৰ (Additional Questions & Answers)

(চ) উৰাজাহাজ ক’ত উৰে?
উত্তৰ: উৰাজাহাজ আকাশত উৰে।

(জ) উৰাজাহাজ কি দৰে উৰে?
উত্তৰ: উৰাজাহাজ চৰাইৰ দৰে উৰে।

(ঝ) খিৰিকীৰে আমি কি দেখা পায়?
উত্তৰ: খিৰিকীৰে আমি উৰা মেঘ দেখা পায়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects