Might Learn Logo Might Learn

SCERT Class 3 Assamese Chapter 1 (Part I) Answer 2026 | নতুন ওমলা গীত | Chapter 1 (part I) | Class 3 Assamese SCERT School Question Answer | নতুন ওমলা গীত Lesson 1 Part I Class 3 Assamese SCERT Question Answer and Solutions For Assam |

 Chapter 1 Part I – 

নতুন ওমলা গীত

১। আলোচনা কৰোঁ আৰু লিখোঁ আহা —

(ক) গীতিকাৰে গীতটিত পৃথিৱীখনক কাৰ লগত তুলনা কৰিছে?

উত্তৰ: গীতিকাৰে পৃথিৱীখনক এখন “ঘৰ” অৰ্থাৎ ঘৰৰ লগত তুলনা কৰিছে।

(খ) গীতিকাৰে আকাশখনক কাৰ সৈতে ৰিজাইছে?

উত্তৰ: গীতিকাৰে আকাশখনক তাৰৰ চালৰ সৈতে ৰিজাইছে।

(গ) কোনে গছৰ আগৰপৰা জুমি চালে?

উত্তৰ: গছৰ আগৰ পৰা ৰঙা ৰ’দে জুমি জুমি চালে।

(ঘ) আলি-বাট নহ’লেও কোন বেগাই আহে?

উত্তৰ: আলি-বাট নহ’লেও বতাহ বেগাই আহে।

(ঙ) ভৰি নহ’লেও কোন কোবেৰে যায়?

উত্তৰ: ভৰি নহ’লেও নৈ কোবেৰে যায়।

২। গীতটোৰ আধাৰত ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাওঁ আহা —

‘ক’ অংশ             ‘খ’ অংশ

ৰঙা ৰদে                       চালৰে জুমি জুমি 

আকাশ                       তাৰে চাল

পৃথিৱী                       এখন ঘৰ

 নৈ                              যায় কোৱেবে

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects