Chapter 13আমাৰ ঘৰুৱা উৎপাদন ১। উত্তৰ লিখা-
(ক) বাঁহেৰে সজা দুবিধ বাদ্যযন্ত্রৰ নাম।
উত্তৰ: পেঁপা আৰু গগণা
(খ) ঘৰত সজাবলৈ ব্যৱহাৰ কৰা বাঁহ-বেতৰ দুবিধ সামগ্রীৰ নাম।
উত্তৰ: বাঁহৰ বেঞ্চ, বেতৰ খুৰ্চি
(গ) তাঁত-শালত ব্যবহৃত বাঁহৰ চাৰিবিধ সঁজুলিৰ নাম।
উত্তৰ: জাকৈ, ঢাৰি, মুঢ়া, উথা
২। তলত দিয়া ঠাইসমূহ কি উৎপাদনৰ বাবে বিখ্যাত লিখা-
(ক) শুৱালকুছি – তাঁতশিল্প
(খ) কাছাৰ – পানীজলীয়া মাছ ধৰা
(গ) নলবাৰী – ধান উৎপাদন
(ঘ) ঢকুৱাখনা – বাঁহ উৎপাদন৩। তলত দিয়া সামগ্রীসমূহ কি কামত ব্যৱহাৰ কৰা হয় লিখা-
(ক) বিচনী -বতাহ খাবলৈ ব্যৱহাৰ কৰা হয়।
(খ) মুঢ়া – বহিবলৈ ব্যৱহাৰ কৰা হয়।
(গ) চালনী – ধান বা চাল চাফা কৰিবলৈ ব্যৱহাৰ কৰা হয়।
(ঘ) জাপি –ছাতিৰ সলনি ব্যৱহাৰ কৰা সঁজুলি
(ঙ) জাকৈ – মাছ মাৰিবলৈ ব্যৱহাৰ কৰা সঁজুলি
(চ) উঘা – তাঁত শালত শিপিনী সকলে ব্যৱহাৰ কৰা সঁজুলি
৪। ‘ক’ অংশৰ সৈতে ‘খ’ অংশ আঁচ্ টানি মিলোৱা-
উত্তৰ:
‘ক’ ‘খ’
গগণা বাঁহৰ এবিধ বাদ্য
চেপা মাছ ধৰা এবিধ সঁজুলি
যুুঁৱলি খেতিৰ এবিধ সঁজুলি
জপা কাপোৰ-কানি ভৰাই খোৱা যতন
ডুলি ধান, মাহ আদি থোৱা যতন
ঢাৰি বহিবলৈ ব্যৱহাৰ কৰা এবিধ আসন
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post