SEBA Class 10 English Chapter 7 (Part III) Answer 2026 | Tea from Assam | Lesson 7 (III) | Class 10 English | SEBA Question and Answer Assam | Question and Answer | Textbook in English for Class 10 |

Tea from Assam  

I. 1. Look at these words up keep, downpour, undergo, drop out, walk- in. They are built up from a verb [keep, pour, go, drop, walk] and and adverb or a particle [up, down, under, out]উক্ত শব্দবোৰ মন দিয়াUse these words appropriately in the sentences below. You may consult a dictionary.এই শব্দবোৰ ব্যৱহাৰ কৰি খালী ঠাই পূৰ কৰা।
(i) A heavy down pour has been forecast due to low pressure in the Bay of Bengal.    বে অফ বেংগলৰ নিম্ন চাপ থকা বাবে প্ৰবল বৃষ্টিপাতৰ পূৰ্বানুমান কৰিব পৰা গৈছিল।
(ii) Rakesh will under go major surgery tommorow morning. ৰাকেশে কাইলৈ ৰাতিপুৱা জটিল অস্ত্ৰোপচাৰৰ সন্মুখীন হব।
(iii) My brother is responsible for the up keep of our family properly.  মোৰ ভাইটি পৰিয়ালৰ সম্পত্তিক লৈ গণ্ডগোল কৰাৰ বাবে দায়ী।
(iv) The drop out  rate for this accountancy course is very high.  একাউণ্টেন্সী পাঠ্যক্ৰমৰ নিম্নগামী হাৰ বহু বেছি।
(v ) She went to the enterprise company to attend a walk in  interview.তাই এন্টাৰপ্ৰাইজ কোম্পানীলৈ ইন্টাৰভিউ দিবলৈ গৈছিল।

2. Now fill in the blanks in the sentences given below by combining the verb given in brackets with one of the box as appropriate.খালী ঠাই পূৰ কৰা তলত দিয়া ক্ৰিয়াসমূহ যোগ কৰি উপযুক্ত স্থানত বহুৱা।Over  by  through   out  up  downউৰ্দ্ধৃত  বাৰা  জৰিয়তে বাহিৰ  ওপৰ তলত
i) The Army attemped unsuccessfully to over throw the Government. (throw)আৰ্মীয়ে চৰকাৰক ওফৰাই পথোৱাৰ প্ৰৱাসত ব্যৰ্থ হল।
ii) Scientist are on the brink of a major break through in cancer research. (break) বিজ্ঞানীসকল কৰ্কট ৰোগ নিৰাময়ৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিছে।
iii) The state Government plans to build a by pass for Bhubaneswar to speed up traffic on the main highwayৰাজ্য চৰকাৰে ভুবনেশ্বৰলৈ ঘাই পথ বনাবলৈ যো- জা চলাইছে যাতে যোগাযোগ সুগম হয়।
(iv) How you feel when you open a present? exited উপহাৰ এটা খুলি চোৱা সময়ত কেনেকুৱা অনুভৱ কৰা? উত্তেজিত।
(v) How you feel when you watch your favourite programme on television? interested .  যেতিয়া টেলিভিছনত প্ৰিয় অনুষ্ঠান এটি চাই থাকা তেতিয়া কেনে অনুভৱ কৰা? ৰুচিসমত
(vi) The look on your mother’s face as you waited in a queue? boring  তুমি যেতিয়া শাৰী- পাতি থিয় হৈ থাকা তেতিয়া তোমাৰ মাৰ মুখখন কেনেকুৱা হৈ থাকে? আমনিদায়ক।
(vii) How you feel when tracking a tiger in a tiger reserve forest? exciting  বাঘ সংৰক্ষিত বা বনাঞ্চলত যেতিয়া বাঘৰ সংখ্যা গণনা কৰা কেনে অনুভৱ হয়? উত্তেজনাময়।
(viii) The story you have recently read, or a film you have seen? boring  তুমি অলপতে চোৱা বা পঢ়া কিতাপ বা চিনেমাখন কেনেকুৱা? আমনিদায়ক।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top