SVN Class 3 Assamese Text Book Solution 2026 Chapter 3| Sankardev School Assamese Chapter 3 কম্পিউটাৰ Solution

কম্পিউটাৰ

অনুশীলনীঃ

১। তলৰ যুক্তাক্ষৰবোৰ ভাঙা আৰু পুনৰ দুটাকৈ নতুন শব্দ লিখা―

কম্পিউটাৰ ― ম্প = ম+প = কম্পন, অনুকম্পা

যন্ত্ৰ ― ন্ত্ৰ = ন+ত+ৰ = তন্ত্ৰ, মন্ত্ৰ

আৱিষ্কাৰ 一 ষ্ক = স+ক = পৰিস্কাৰ, নিষ্কৰ

বিজ্ঞানী 一 জ্ঞ = জ+ঞ = বিজ্ঞান, গণিতজ্ঞ

উন্নত 一 ন্ন = উন্নতি – উন্নয়ন

২। তুমি জনা ৩ বিধ ইলেক্ট্ৰ’নিক যন্ত্ৰৰ নাম লিখা আৰু প্ৰতি বিধৰে একোখনকৈ ছবি সংগ্ৰহ কৰা।

উত্তৰঃ টেলিভিচন, ফেন, ফ্ৰিজ।

৩। উত্তৰ লিখাঃ

(ক) কম্পিউটাৰ পূৰ্বপুৰুষ বুলিলে কাক বুজা যায়?

উত্তৰঃ কম্পিউটাৰ পূৰ্বপুৰুষ বুলিলে এবাকাছ বুজা যায়।

(খ) আধুনিক কম্পিউটাৰৰ জনক কোন? তেওঁ কেতিয়া আধুনিক কম্পিউটাৰৰ জন্ম দিয়ে?

উত্তৰঃ আধুনিক কম্পিউটাৰৰ জনক চাৰ্লছ পি. বেবেজ। তেওঁ ১৮২৭ চনত আধুনিক কম্পিউটাৰৰ জন্ম দিয়ে।

(গ) কম্পিউটাৰৰ জৰিয়তে আমি কি কি কৰিব পাৰোঁ?

উত্তৰঃ ১) আমি চিনেমা চাব পাৰো।

২) চিঠি-পত্ৰ আদান-প্ৰদান কৰিব পাৰো।

৩) টকা-পইচা পঠাব পাৰো।

Scroll to Top