SVN Class 3 Assamese Text Book Solution 2026 Chapter 5| Sankardev School Assamese Chapter 5 ছবিৰে পাঠ (দেশতকৈ মোমাই ডাঙৰ নহয়) Solution

ছবিৰে পাঠ (দেশতকৈ মোমাই ডাঙৰ নহয়)

অনুশীলনীঃ

১। সজাই লিখা 一

  • গতালোঁ গড় কাম আপোনাক বন্ধা।

উত্তৰঃ গড় বন্ধা কাম আপোনাক গতালোঁ।

  • সম্পূৰ্ণ কাম গড় বন্ধা শেষ ৰাতি কৰিম।

উত্তৰঃ গড় বন্ধা কাম ৰাতি সম্পূৰ্ণ কৰিম।

বহু আছে সময় ৰাতি পুৱাবলৈ।

উত্তৰঃ ৰাতি পুৱাবলৈ বহু সময় আছে।

  • নহয় ডাঙৰ মোমাই দেশতকৈ

উত্তৰঃ দেশতকৈ মোমাই ডাঙৰ নহয়।

২। লাচিত বৰফুকনৰ বিষয়ে ৫ টা বাক্য লিখা।

উত্তৰঃ ১) লাচিত বৰফুকন এজন দেশপ্ৰেমি যুৱক আছিল।

২) লাচিত বৰফুকনে নিজৰ দেশখন বহুত ভাল পাইছিল।

৩) লাচিত বৰফুকন আহোমৰ সেনাপতি আছিল।

৪) লাচিত বৰফুকনে নিজৰ মাতৃভূমিৰ ৰক্ষাৰ বাবে নিজ মোমায়েকৰ শিৰচ্ছেদ কৰিছিল।

৫) লাচিত বৰফুকনে দেশৰ কামত কেতিয়াও হেলা কৰা নাছিল।

৩। দলত ভাগ হৈ পাঠৰ কাহিনীটো কোৱা।

উত্তৰঃ

৪। দেশতকৈ মোমাই ডাঙৰ নহয় 一 এই কথাষাৰ কোনে কৈছিল?

উত্তৰঃ দেশতকৈ মোমাই ডাঙৰ নহয় 一 এই কথাষাৰ লাচিত বৰফুকনে কৈছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top