SVN Class 3 Mathematics Chapter 11 Solution | তথ্য সংগ্ৰহ | 2026 |

 প্ৰশ্নঃ 

মৌৰূপাহঁতে আচাৰ্যসকলৰ লগত গুৱাহাটীৰ চিৰিয়াখানা চাবলৈ গ’ল। চিৰিয়াখানাত বিভিন্ন ধৰণৰ জন্তু আৰু চৰাই দেখিবলৈ পালে। 

চিৰিয়াখানাৰ চিত্ৰ

চিৰিয়াখানাত দেখিবলৈ পোৱা জন্তুৰ সংখ্য়া তলৰ তালিখনত লিখা। 

জন্তুৰ নামজন্তুৰ সংখ্য়া (প্ৰতিবিধৰ কিমানটাকৈ আছে)
জিৰাফ
সিংহ
বাঘ
বান্দৰ১৪
হাতী
হৰিণ১০
গাহৰি

তালিকাখনৰ পৰা উত্তৰ লিখা ঃ

উত্তৰঃ     ক) বান্দৰ আটাইতকৈ বেছি আছে। 

                খ) জিৰাফ আটাইতকৈ কম আছে।

                গ) হৰিণ তকৈ বান্দৰ বেছিকৈ আছে।

                ঘ) ১০ টাতকৈ বেছি থকা জন্তুবোৰ হ’ল বান্দৰ

প্ৰশ্নঃ 

তোমাৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰিয় ৰং কোনটো সুধি লোৱা। তলৰ তালিকাখন পূৰ্ণ কৰা। দাগ চিহ্ন ব্য়ৱহাৰ কৰিবা। এজন এজনকৈ ছাত্ৰ-ছাত্ৰীক প্ৰিয় ৰংটো সুধি লবা আৰু দাগচিহ্ন দি যাবা। 

প্ৰিয় ৰংৰ নামদাগ চিহ্নছাত্ৰ-ছাত্ৰীৰ সংখ্য়া
সেউজীয়া  
ৰঙা  
গুলপীয়া  
হালধীয়া  
কমলা  

বেছি সংখ্য়ক ছাত্ৰ-ছাত্ৰীৰ কোনটো ৰং প্ৰিয় _______________ ।

উত্তৰঃ নিজে কৰা। 

প্ৰশ্নঃ 

তোমাৰ শ্ৰেণীত ৩০ জন ছাত্ৰ-ছাত্ৰী আছে। তেওঁলোকৰ তেজৰ গ্ৰুপ তলত দেখুওৱা ধৰণৰ-

     A          A         B         O          AB           O      O         O         A          B          O            AB 

     AB       B         A          O          B             B 

      A        AB       O          A          B             O 

     O          A         B         A           B             B 

তলৰ তালিকাখন পূৰ কৰা –

উত্তৰঃ 

প্ৰশ্ন ঃ এখন নিকেতনত ছাত্ৰ-ছাত্ৰীৰ এটা দিনৰ উপস্থিতিৰ সংখ্য়া তলৰ তালিকাত দিয়া আছে। 

ক) নিকেতন খনত মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া কিমান ? 

উত্তৰঃ নিকেতন খনত মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া ১৫২ জন।

খ) উক্ত দিনা মুঠ উপস্থিত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া কিমান ?

উত্তৰঃ উক্ত দিনা মুঠ উপস্থিত ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া ১৩৭ জন।

গ) আটাইতকৈ বেছি সংখ্য়ক অনুপস্থিত থকা শ্ৰেণীটো কি ?

উত্তৰঃ আটাইতকৈ বেছি সংখ্য়াক অনুপস্থিত থকা শ্ৰেণীটো হ’ল ৫ ম শ্ৰেণী। 

ঘ) কোনটো শ্ৰেণীত আটাইতকৈ কম সংখ্য়ক ছাত্ৰ-ছাত্ৰী অনুপস্থিত আছে ?

উত্তৰঃ ২য় শ্ৰেণী। 

ঙ) অনুপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে চিহ্নিত চিত্ৰ ☺অংকন কৰা।

উত্তৰঃ 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top