SVN Class 3 Mathematics Chapter 7 Solution | সময়ৰ ধাৰণা | 2026 |

 অধ্যায়ঃ৭

 সময়ৰ ধাৰণা

অনুশীলনীঃ৭

১। আজি কি তাৰিখ লিখা।

Ans: আজি মে মাহৰ ৬ তাৰিখ

২। ইংৰাজী মাহবোৰ কোন কেইটা মাহ ৩০ দিনীয়া আৰু কোন কেইটা মাহ ৩১ দিনীয়া।

Ans: এপ্ৰিল, জোন, চেপ্টেম্বৰ, নৱেম্বৰ।

৩। ফ্ৰেব্ৰুৱাৰী মাহ কেতিয়া ২৯ দিনীয়া হয়?

Ans:  প্ৰতি চাৰি বছৰৰ মূৰে মূৰে  লিপ ইয়েৰ হলে ফ্ৰেব্ৰুৱাৰী মাহটো ২৯ দিনীয়া হয়।

৪। মৌচমৰ জন্ম তাৰিখ ২৩-৬-২০১৮।

       ক) ২৩-৬-২০২০ তাৰিখে মৌচমৰ বয়স কিমান হ’ব?

       Ans:  দুবছৰ হ’ব।

       খ) কিমান তাৰিখে মৌচমৰ বয়স ৮ বছৰ হ’ব?

      Ans: ২৩-৬-২০২৬ তাৰিখে মৌচমৰ বয়স কিমান হ’ব।

৫। কেলেণ্ডাৰ চাই উত্তৰ লিখাঃ

ক) কেইটা ৰবিবাৰ আছে?

Ans:  চাৰিটা ৰবিবাৰ আছে।

খ) ২  অক্টোবৰত কি বাৰ পৰিছে?

Ans: ২ অক্টোবৰত শুক্ৰবাৰ পৰিছে।

গ) চতুৰ্থ শনিবাৰ কি তাৰিখ?

Ans:  চতুৰ্থ শণিবাৰ ২৪ তাৰিখ।

ঘ) কেলেণ্ডাৰখনৰ পৰা তলত দেখুওৱাৰ দৰে তাৰিখ কেইটা বৰ্গ আকাৰত লোৱা।

Ans:  

যাদু -১

৮+১৬+২৪=?

১০+১৬+২২=?

১৫+১৬+১৭=?

৯+১৬+২৩=?

Ans: 

৮+১৬+২৪=৪৮

১০+১৬+২২= ৪৮

১৫+১৬+১৭= ৪৮

৯+১৬+২৩= ৪৮

যাদু-২

আটাইকেইটা সংখ্যাৰ যোগফল কিমান ?

৮+৯+১০+১৫+১৬+১৭+২২+২৩+২৪= ১৪৪

প্ৰথম সংখ্যাটোৰ লগত ৯ ৰে পূৰণ কৰি ৭২ যোগ কৰা কি পালা লিখা?

অৰ্থাত (৮x৯)+৭২= ১৪৪

একেবাৰে মাজৰ সংখ্যাটোৰ লগত ৯ পূৰণ কৰি কি পালা লিখা।

অৰ্থাত  ১৬x৯ = ১৪৪

(আটাইকেইটাৰ উত্তৰ একে)

৬। কিমান দিন হ’ব লিখাঃ

ক) ৪ সপ্তাহ                 খ) ৩ সপ্তাহ ২ দিন

গ)৪ সপ্তাহ ৩ দিন         ঘ) ২ মাহ

ঙ) ৪ মাহ                        চ) ১ মাহ ১৫ দিন

ছ) ৩ মাহ ৩ দিন             জ) ২ বছৰ

ঝ) ৩ বছৰ

Ans:

ক) ৪ সপ্তাহ

 =   ২৮ দিন।               

খ) ৩ সপ্তাহ ২ দিন

= ২৩ দিন ।

গ)৪ সপ্তাহ ৩ দিন   

=    ৩১ দিন  ।

ঘ) ২ মাহ

= ৬০ দিন ।

ঙ) ৪ মাহ

=   ১২০ দিন।                     

চ) ১ মাহ ১৫ দিন

= ৪৫ দিন।

ছ) ৩ মাহ ৩ দিন    

=  ৯৩ দিন।       

জ) ২ বছৰ

= ৭৩০ দিন।

ঝ) ৩ বছৰ

= ১০৯৫ দিন।

৭। তলৰ কোনকেইটা বছৰ লিপ ইয়েৰ?

ক) ১৯৮০        খ) ২০০২     গ) ২০২০

ঘ) ২০১০          ঙ) ২০১২

Ans:  

ক) ১৯৮০   

Ans:      

খ) ২০০২ 

Ans:    

গ) ২০২০

Ans:

ঘ) ২০১০

Ans:          

ঙ) ২০১২

Ans: 

৮। কিমান বছৰ হ’ব লিখাঃ

ক) ২৪ মাহ              খ) ৪৮ মাহ

গ) ৩৬৫ দিন           ঘ) ৭৩০ দিন

Ans: 

ক) ২৪ মাহ

Ans: ২ বছৰ।

খ) ৪৮ মাহ

Ans: ৪ বছৰ।

গ) ৩৬৫ দিন  

Ans: ১ বছৰ।

ঘ) ৭৩০ দিন

Ans: ৬ বছৰ ১০ দিন।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top