SVN Class 3 Niti Mallika Chapter 2 কৃষ্ণসখা সুদামা Question Answer 2026 |

কৃষ্ণসখা সুদামা

আৰ্হি প্ৰশ্নঃ

(ক) শ্ৰীকৃষ্ণই শিক্ষাগ্ৰহণ কৰা গুৰুগৰাকীৰ নাম কি ?

উত্তৰঃ শ্ৰীকৃষ্ণই শিক্ষাগ্ৰহণ কৰা গুৰুগৰাকী নাম সান্দীপনি আছিল।

(খ) গুৰুগৃহত সুদামাৰ পৰম বন্ধু কোন আছিল?

উত্তৰঃ গুৰুগৃহত সুদামাৰ পৰম বন্ধু শ্ৰীকৃষ্ণ আছিল।

(গ) সুদামাই শ্ৰীকৃষ্ণৰ বাবে কি লৈ গিছিল ?

উত্তৰঃ সুদামাই শ্ৰীকৃষ্ণৰ বাবে এমুঠি সান্দহ লৈ গৈছিল।

(ঘ) শ্ৰীকৃষ্ণই সুদামাক দেখি কি কৰিছিল?

উত্তৰঃ শ্ৰীকৃষ্ণই সুদামাক দেখি পালেঙৰ পৰা উঠি আহি তেওঁক সাৱটি ধৰিছিল।

(ঙ) শ্ৰীকৃষ্ণ আৰু সুদামাৰ বন্ধু প্ৰীতিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ শ্ৰীকৃষ্ণ আৰু সুদামা আছিল বাল্যকালৰ পৰম বন্ধু। যেতিয়া গুৰুগৃহত শিক্ষা লৈ সকলোৱে নিজৰ নিজৰ ঘৰলৈ উভতি আহিল। তাৰ পাছত সুদামাৰ বয়স হোৱাত বিবাহ কৰিলে। সুদামা আছিল বৰ অভাৱী কেতিয়াবা পত্নী আৰু সুদামা দুয়ো অনাহাৰে থাকিব লগিয়া হৈছিল। আনহাতে শ্ৰীকৃষ্ণ আছিল দ্বাৰকাৰ ৰজা। এদিন সুদামাৰ পত্নীয়ে সুদামাক ক’লে যে তোমাৰ পৰম বন্ধু দ্বাৰকাৰ ৰজা কৃষ্ণক যদি আমাৰ দুখৰ কথা কোৱা তেওঁ আমাক নিশ্চয় সহায় কৰিব। সেই কথা শুনি সুদামা দ্বাৰকা লৈ যাবলৈ ওলাল। সুদামাৰ পত্নীয়ে সখা শ্ৰীকৃষ্ণলৈ এমুঠি সান্দহ দি পঠালে। সুদামা গৈ দ্বাৰকা পালে তেতিয়া শ্ৰীকৃষ্ণৰ দুৱৰীয়ে সুদামাক বাধা দিলে। বহুত কাকুতি-মিনতি কৰাৰ পাছত সুদামাই শ্ৰীকৃষ্ণৰ ওচৰলৈ যাবলৈ অনুমতি পালে। সিফালে শ্ৰীকৃষ্ণ সোনৰ পালেঙত নিজৰ পত্নী লগত শুই আছে। এনেতে সুদামাৰ যায় পোৱাত শ্ৰীকৃষ্ণ পালেঙৰ পৰা উঠি সুদামাক সাৱটি ধৰিলে তাৰপাছত শ্ৰীকৃষ্ণই সুদামাক ক’লে সখি তুমি মোলৈ কি আনিছা সুদামাই এমুঠি সান্দহ দিবলৈ বেয়া পালে ভগবান শ্ৰীকৃষ্ণই সুদামাৰ মনোভাৱ গম পাই সুদামাৰ হাতৰ পৰা সান্দহ কাৰি আনি খালে তাৰপাছত সোণৰ পালেঙত সুদামাক শুবলৈ দিলে আৰু ৰং ধেমালিৰে, নানা কথা পাতি সোণৰ পালেঙত শুই পৰিলে। এনেদৰে বহু দিন গ’ল। সুদামা ঘৰলৈ আহিব হ’ল সুদামাই যি কাৰণত আহিছিল সেই কথা পাহৰি গ’ল কিন্ত সুদামাই যেতিয়া ঘৰ পালে আচৰিত কাৰণ গোটেই ঘৰ সোণৰ ,ফুলনি, লগুৱা-লিগিৰীয়ে, ল’ৰা-ছোৱালী সাজ -পোছাক সলনি হ’ল। তেতিয়া সুদামাই শ্ৰীকৃষ্ণৰ মৰমৰ উপহাৰ কথা বুজিব পাৰিলে। এইয়া আছিল শ্ৰীকৃষ্ণৰ আৰু সুদামৰ মাজত বন্ধু প্ৰীতিৰ।

Scroll to Top