📖 Might Learn

SVN Class 3 Niti Mallika Chapter 5 ৰামৰ বনবাস Question Answer 2026 |

ৰামৰ বনবাস

আৰ্হি প্ৰশ্নঃ

(ক) দশৰথ কোন বংশৰ ৰজা আছিল ?

উত্তৰঃ দশৰথ ইক্ষাকু বংশৰ ৰজা আছিল।

(খ) দশৰথৰ ৰাজ্যখনৰ নাম কি?

উত্তৰঃ দশৰথৰ ৰাজ্যখনৰ নাম অযোধ্যা আছিল।

(গ) ৰামচন্দ্ৰৰ মাতৃৰ নাম কি আছিল?

উত্তৰঃ ৰামচন্দ্ৰৰ মাতৃৰ নাম কৌশল্যা আছিল।

(ঘ) কৈকেয়ীয়ে দশৰথক খোজা বৰ দুটা কি আছিৱ?

উত্তৰঃ কৈকেয়ীয়ে খোজা বৰ দুটা হ’লঃ 1) ৰামৰ চৈধ্য বছৰ বনবাস। 2) ভৰতক অযোধ্যাৰ যুৱৰাজ পাতিব লাগিব।

(ঙ) ‘ৰামৰ বনবাস’ পাঠটিৰ পৰা কি শিকিলা চমুকৈ লিখা |

উত্তৰঃ ৰামৰ বনবাস পাঠটিৰ পৰা এইটো শিক্ষা পালো যে সদায় পিতৃ বাক্য পালন কৰিব লাগে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top