SVN Class 4 Enviroment Chapter 1 Answer আমাৰ পৰিবেশ

আমাৰ পৰিবেশ

পাঠ ১
১। শুৱনি আমাৰ ভৰা বাৰীখনী কিহেৰে ভৰা?

উত্তৰঃ শুৱনি আমাৰ ভৰা বাৰী খনী তামোল পাণেৰে ভৰা।

২। গাঁৱৰ পুখুৰী কি হাঁহ চৰে?

উত্তৰঃ গাঁৱৰ পুখুৰীত ৰাজহাঁহ চৰে।

৩। কি গছত মৌৱে বাহ লয় ?

উত্তৰঃ ঔ-গছত মৌৱে বাহ লয়।

৪। ৰচকী পখিলা দেখী কোন ভোল যায়।

উত্তৰঃ ৰচকী পখিলা দেখী বাটৰুৱা ভোল যায়।

৫। কিহলৈ যোৱা বাট বকুলৰ তলেদি ?

উত্তৰঃ সৰু নামঘৰলৈ যোৱা বাট বকুলৰ তলেদি।

৬। শুৱনি আমাৰ সোণালী পথাৰ কিহেৰে ভৰি পৰে?

উত্তৰঃ শুৱনি আমাৰ সোণালী পথাৰ পকা ধানেৰে ভৰি পৰে।

৭। কোন কোন একেটি থুপিৰে ফুল।

উত্তৰঃ ৰহিম, মহিম, দুল, পদুমী, কদমী, মেলিনা আৰু ছখিনা একেটি থুপিৰে ফুল।

৮। আমাৰ গাঁও কবিতাটিৰ কবিজনৰ নাম কি?

উত্তৰঃ অতুলচন্দ্ৰ হাজৰিকা।

৯। পদুলি মুখত কি ফুল ফুলি থাকে?

উত্তৰঃ পদুলি মুখত গধূলিগোপাল ফুল ফুলি থাকে।

১০। এখনি গাঁৱত সৱে মিলিজুলি কি পাতে?

উত্তৰঃ এখনি গাঁৱত সৱে মিলিজুলি মৰমৰ হাট পাতে।

Download Our Mobile App

এতিয়াই Install কৰক!

Install Now
Scroll to Top