Might Learn Logo Might Learn Might Learn Shop

SVN Class 4 Enviroment Chapter 4 Answer পৃথিৱীত জীৱৰ বিচৰণৰ আৰম্ভণি

Chapter 4

পৃথিৱীত জীৱৰ বিচৰণৰ আৰম্ভণি

১। পৃথিৱীৰ প্ৰথম জীৱ বুলি কাক ধৰা হয়?
উত্তৰঃনীল হৰিৎ (নীল সেউজীয়া) শেলাইবোৰকে পৃথিৱীৰ প্ৰথম জীৱ বুলি ধৰা হয়।

২। শেলাই দেহত কি থাকে?
উত্তৰঃ শেলাই দেহত পত্ৰহৰিৎ।

৩। মানুহ কি প্ৰাণী?
উত্তৰঃ মানুহ সামাজিক প্ৰাণী।

৪। মানুহ পৃথিৱীৰ কি জীৱ?
উত্তৰঃ মানুহ পৃথিৱীৰ উত্তম জীৱ।

৫। এই পৃথিৱীৰ শেষৰ বাসিন্দা কোন?
উত্তৰঃ এই পৃথিৱীৰ শেষৰ বাসিন্দা মানুহ।

৬। কোনে সমাজ পাতি বসবাস কৰিব পাৰে?
উত্তৰঃ মানুহে।

৭। শেলাই নিজৰ আহাৰ নিজে তৈয়াৰ কৰে নে নকৰে?
উত্তৰঃ শেলাই নিজৰ আহাৰ নিজে তৈয়াৰ কৰে।

৮। শেলাইৰ লগত আৰু কি আবিৰ্ভাৱ হৈছিল?’
উত্তৰঃ শেলাইৰ লগত অতি ক্ষুদ্ৰ প্লাৱক কিছুমান ক্ৰমান্বয়ে পৃথিৱীত আবিৰ্ভাৱ হৈছিল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects