Chapter 11
পৃথিৱীৰ জলৰাশি
১। আমাৰ পৃথিৱীৰ চাৰিভাগৰ কেইভাগ সাগৰ মহাসাগৰে আগুৰি আছে?
উত্তৰঃ আমাৰ পৃথিৱীৰ চাৰিভাগৰ তিনিভাগেই সাগৰ মহাসাগৰে আগুৰি আছে।
২। নদীৰ উৎস কি?
উত্তৰঃ নদীৰ উৎস হ’ল- পৰ্বতৰ শিখৰৰ বৰফবোৰ।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post