Chapter 12
পৃথিৱীত কিমান মহাসাগৰ আছে
১। পৃথিৱীত মুঠ কেইখন মহাসাগৰ আছে?
উত্তৰঃ পৃথিৱীত মুঠ পাঁচখন মহাসাগৰ আছে।
২। মহাসাগৰ কেইখনৰ নাম কি কি?
উত্তৰঃ মহাসাগৰ কেইখনৰ নাম হ’ল- প্ৰশান্ত মহাসাগৰ, আটলাণ্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ।
৩। আটাইতকৈ ডাঙৰ মহাসাগৰ খনৰ নাম কি?
উত্তৰঃ আটাইতকৈ ডাঙৰ মহাসাগৰ খনৰ নাম হ’ল- প্ৰশান্ত মহাসাগৰ।
৪। সাগৰ আৰু মহাসাগৰৰ পানী লুণীয়া কিয়?
উত্তৰঃ বৰষুণৰ পানীয়ে মাটি আৰু শিলত থকা লৱণবোৰ ধুই আনি সাগৰত জমা কৰে। সেয়ে সাগৰৰ পানী লুণীয়া।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post