Chapter 13
সাগৰৰ জীৱবোৰ
১। সাগৰৰ পানীত কি কি থাকে?
উত্তৰঃ সাগৰৰ পানীত হাজাৰতা প্ৰজাতিৰ মাছ, সাগৰীয় কাছ, তিমি মাছ, হাংগৰ, ছীল আৰি বিভিন্ন ধৰণৰ বিষাক্ত সাপ থাকে।
২। সাগৰত জলজ উদ্ভিদৰ লগতে আৰু কি থাকে?
উত্তৰঃ সাগৰত জলজ উদ্ভিদৰ লগতে কেইবাশ প্ৰজাতিৰ অমেৰুদণ্ডী প্ৰাণী থাকে।
৩। অমেৰুদণ্ডী চাৰিবিধ প্ৰাণীৰ নাম লিখা।
উত্তৰঃ অমেৰুদণ্ডী চাৰিবিধ প্ৰাণীৰ নাম হ’ল-শামুক, পতংগ, কেঁকোৰা আৰু তৰামাছ।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post