Might Learn Logo Might Learn Might Learn Shop

SVN Class 4 Environment Chapter 15 Answer আধুনিক পৰিৱেশ

Chapter 15

আধুনিক পৰিৱেশ

১। মানুহে ঘৰ সাজিবলৈ আৰু খেতি কৰিবলৈ কি মুকলি কৰে?

উত্তৰঃ মানুহে ঘৰ সাজিবলৈ আৰু খেতি কৰিবলৈ অৰণ্যবোৰ মুকলি কৰে।

২। উদ্য়োগৰ পৰা ওলোৱা বিভিন্ন শব্দই কি কৰিব পাৰে?

উত্তৰঃ উদ্য়োগৰ পৰা ওলোৱা বিভিন্ন শব্দই কাণৰ অসুখ কৰিব পাৰে।

৩। সৰু বৰ কিহে ৰাস্তাত কোলাহল লগাই থাকে?

উত্তৰঃ গাড়ী মটৰে ৰাস্তাত কোলাহল লগাই থাকে।

৪। কিহে বনৰীয়া জন্তুৰ ঘাঁহ-বন নাইকিয়া কৰি পেলায়।

উত্তৰঃ মানুহে গৰু, ম’হ পুহি বনৰীয়া জন্তুৰ ঘাঁহ-বন নাইকিয়া কৰি পেলাই।

৫। আধুনিক পৰিৱেশ কিহৰ বাবে ক্ষতি কাৰক?

উত্তৰঃ স্বাস্থ্যৰ বাবে ক্ষতি কাৰক।

৬। কিহে আধুনিক পৰিবেশত বংশ বৃদ্ধিৰ সুুবিধা পায়?

উত্তৰঃ বিভিন্ন বেমাৰৰ বীজাণুই আধুনিক পৰিবেশত বংশ বৃদ্ধিৰ সুবিধা পায়।

৭। আধুনিক পৰিবেশ কাক বোলে?

উত্তৰঃ মানুহে ঘৰ বান্ধিবৰ বাবে অৰণ্য ধংশ কৰে। পৰিয়াল বেছি হোৱা মানে গছ-গছনি নাইকিয়া হোৱা। গৰু, মহ আদি পুহি বনৰীয়া জন্তুৰ ঘাঁহবোৰ শেষ কৰে। সৰু বৰ গাড়ীবোৰে ৰাস্তাত কোলাহ’ল লগাই থাকে আৰু উদ্যোগ পৰা বিভিন্ন শব্দ ওলাই মানুহৰ কাণৰ অসুখ কৰিব পৰে এই সকলোবোৰকে আধুনিক পৰিবেশ বোলা হয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects