Chapter 16
প্ৰদূষণ আৰু ভয়াবহতা
১। আমি জীয়াই থকা পৃথিৱীখনৰ কিহৰ নিজা নিজা গুণ আছে?
উত্তৰঃ আমি জীয়াই থকা পৃথিৱীখনৰ বায়ু,পানী আৰু মাটিৰ নিজা গুণ আছে।
২। আমাৰ বাবে কি কি দৰকাৰী?
উত্তৰঃ আমাৰ বাবে দৰকাৰী বিশুদ্ধ বতাহ, পানী আৰু সাৰুৱা আমাৰ বাবে দৰকাৰী।
৩। কি কি বিশুদ্ধৰ বস্তুৰ বৰণ আৰু গোন্ধ নাই?
উত্তৰঃ বিশুদ্ধ বতাহ আৰু পানী বৰণ আৰু গোন্ধ নাই।
৪। আমি কি প্ৰদূষণমুক্ত কৰিব নালাগে?
উত্তৰঃ বায়ু, পানী আৰু মাটিপ্ৰাকৃতিক সম্পদক প্ৰদূষণমুক্ত কৰিব নালাগে।
৫। কিহৰ কাৰণে মানুহৰ বেমাৰ আজাৰ হয়?
উত্তৰঃ প্ৰদূষণৰ কাৰণে মানুহৰ বেমাৰ আজাৰ হয়।
৬। কিহৰ দ্বাৰা মাটিৰ গাঁথনিত বাধা আহিছে?
উত্তৰঃ প্লাষ্টিক, ৰবৰ আদিৰ দ্বাৰা মাটিৰ গাঁথনিত বাধা আহিছে।
৭। কিহে বায়ু আৰু পানীৰ প্ৰকৃত গুণ নষ্ট কৰে?
উত্তৰঃ উদ্যোগৰ পৰা অহা বিষাক্ত ধোঁৱা আৰু বিষাক্ত তৰল পৰ্দাথই বায়ু আৰু পানীৰ প্ৰকৃত গুণ নষ্ট কৰে।
৮। কিহৰ দ্বাৰা বায়ু, পানী আৰু মাটিৰ নিজা গুণবোৰ নষ্ট হ’ব ধৰিছে?
উত্তৰঃ মানুহৰ দ্বাৰা বায়ু, পানী আৰু মাটিৰ নিজা গুণবোৰ নষ্ট হ’ব ধৰিছে।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post