Chapter 17
প্ৰদূষণ কেনেকৈ ৰোধ কৰা সম্ভৱ
১। প্ৰদূষণ ৰোধ কৰিবলৈ আমি কি কৰিব লাগিব?
উত্তৰঃ আমি সকলোৱে গছ-গছনি সংৰক্ষণ কিব লাগিব।
২। কিহে আমাক অক্সিজেন দিয়ে আৰু কাৰ্বন-ডাই-অক্সাইড শোষণ কৰে?
উত্তৰঃ গছে আমাক কিহে আমাক অক্সিজেন দিয়ে আৰু কাৰ্বন-ডাই-অক্সাইড শোষণ কৰে।
৩। কিহে বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড মিহলাই দিয়ে?
উত্তৰঃ পুৰণি গাড়ী-মটৰৰ ধোঁৱাই বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড মিহলাই দিয়ে।
৪। মাটিক সাৰুৱা কৰি ৰাখিবলৈ কি কি কৰিব নালাগে?
উত্তৰঃ মাটিক সাৰুৱা কৰি ৰাখিবলৈ প্লাষ্টিক, ৰবৰ য’ত ত’তে পেলাব নালাগে।
৫। বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ কি অটুট ৰাখিব লাগিব?
উত্তৰঃ বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ বায়ু, পানী আৰু মাটিৰ গুণাগুণ অটুট ৰাখিব লাগিব।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post