Might Learn Logo Might Learn Shop Might Learn

SVN Class 4 Environment Chapter 18 Answer জীৱৰ অভিযোজন

Chapter 18

জীৱৰ অভিযোজন

১। অভিযোজন কাক বোলে?

উত্তৰঃ অভিযোজন মানে হ’ল পৰিস্থিতিৰ সৈতে মিলি যাবলৈ নিজকে কৰা পৰিবৰ্তন।

২। পৰিবেশৰ সৈতে নিজকে মিলি ৰাখিবলৈ নিজকে সলনি কৰাৰ লাগেতে আৰু কি সলনি হোৱা দেখা যায়?

উত্তৰঃ নিজকে সলনি কৰা দেখা যায়।

৩। প্ৰাণীৰ লগতে আৰু কিহৰ অভিযোজন দেখা যায়?

উত্তৰঃ প্ৰাণীৰ লগতে আৰু উদ্ভিদৰ অভিযোজন দেখা যায়।

৪। উটৰ গাৰ ছালখন কেনেকুৱা বাবে বেছি গৰম অনুভৱ নকৰে?

উত্তৰঃ ডাঠ হোৱাৰ বাবে।

৫। মাছে উশাহ কিহৰ সহায়ত লয়?

উত্তৰঃ মাছে ফুলৰ সহায়ত উশাহ লয়।

৬। কোনটো অঞ্চল অতি শীতল?

উত্তৰঃ মেৰু অঞ্চল অতি শীতল।

৭। কোনটো প্ৰাণীৰ দেহটো উৰি ফুৰাকৈ গঠিত?

উত্তৰঃ চৰাইৰ দেহটো উপৰি ফুৰাকৈ গঠিত।

৮। কোনটো সাপৰ নেজ চেপেটা?

উত্তৰঃ সাগৰীয় সাপবোৰৰ নেজ চেপেটা।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects