Chapter 20
উপকাৰী তৃণবোৰ
১। তৃণজাতীয় উদ্ভিদ কাক বোলে?
উত্তৰঃ সৰু সৰু উদ্ভিদৰ প্ৰজাতিবোৰকে তৃণ বা ঘাঁহ জাতীয় উদ্ভিদ বোলে।
২। চাৰিবিধ তৃণজাতীয় উদ্ভিদৰ নাম লিখা?
উত্তৰঃ চাৰিবিধ তৃণজাতীয় উদ্ভিদৰ নাম হ’ল- বাহঁ, নয়না তৰা, পদিনা আৰু বৰমানি-মুনি।
৩। কি ভোজী প্ৰাণীয়ে তৃণজাতীয় উদ্ভিদক খায়?
উত্তৰঃ তৃণভোজী প্ৰাণীয়ে তৃণজাতীয় উদ্ভিদক খায়।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post