Might Learn Logo Might Learn Might Learn Shop

SVN Class 4 Maths Chapter 1 Solution

জ্য়ামিতিৰ প্ৰাথমিক ধাৰণা ।

অনুশীলনী – ১

১।        শুদ্ধ নে অশুদ্ধ লিখা 

            ক) বিন্দুৰ স্থিতি আছে, কিন্তু আকাৰ নাই।

            উত্তৰ- 

খ) সৰল ৰেখা এডাল পোন ৰেখা এডাল পোন ৰেখা আৰু দুয়োপিনে দিশ সলনি নকৰাকৈ বিস্তাৰিত হৈ থাকে।

উত্তৰ-

গ) মেজ এখনৰ উপৰিভাগ এখন সমতল।

উত্তৰ- শুদ্ধ।

ঘ) দুডাল সমান্তৰাল ৰেখাই কটাকটি কৰে।

উত্তৰ- অশুদ্ধ।

ঙ) দুটা নিৰ্দ্দিষ্ট বিন্দুৰে অসংখ্য় সৰল ৰেখা আঁকিব পাৰি।

উত্তৰ- অশুদ্ধ।

২।        খালী ঠাই পূৰ কৰা

ক) এটা বিন্দুৰে যোৱাকৈ অসংখ্য সৰল ৰেখা আঁকিব পাৰি। (এডাল/দুডাল/অসংখ্য়)

খ) ৰেখা দুবিধ, এবিধ সৰল ৰেখা আৰু আন বিধ __________।

গ) সমতল এখনৰ ওপৰত অসংখ্য সৰল ৰেখা আঁকিব পৰা যায়। (এডাল/দুডাল/অসংখ্য়)

ঘ) দুডাল সৰল ৰেখাই কটাকটি কৰিলে __________ টা কোণ উৎপন্ন হ’ব।

ঙ) এডাল ৰেখাখণ্ডৰ দীঘ জুখিব পৰা যায়। (যায়/নেযায়)

৩।       অংকন কৰা

            ক) তোমাৰ বহীত দুডাল সমান্তৰাল ৰেখাখণ্ডৰ অংকন কৰা।

            উত্তৰ- 

            খ) এটা বিন্দুৰ মাজেৰে যোৱাকৈ পাঁচডাল সৰল ৰেখা অংকন কৰা।

            উত্তৰ- 

            গ) দুটা বিন্দু লোৱা আৰু সেইদুটাৰ মাজেৰে যোৱাকৈ এডাল সৰল ৰেখা অংকন   কৰা।

            উত্তৰ- 

            ঘ) তিনিডাল সৰল ৰেখা কটাকটি কৰাকৈ অংকন কৰা।

            ঙ) তোমাৰ বহীত ৬ ছেমি জোখৰ এডাল ৰেখাখণ্ডৰ অংকন কৰা। ৰেখাখণ্ডডালক           ‘ক’ আৰু ‘খ’ ৰে নামাংকন কৰা।

৪।        অংকন কৰা(কোণ মান যন্ত্ৰৰ সহায়ত)

            ক) ৩০° জোখৰ এটা কোণ অংকন কৰা।

            খ) ৬০° জোখৰ এটা কোণ অংকন কৰা।

            গ) ৯০° জোখৰ এটা কোঁ অংকন কৰা।

            ঘ) ১৩০° জোখৰ এটা কোণ অংকন কৰা।

            ঙ) ১৮০° জোখৰ এটা কোণ অংকন কৰা।

৫।       দুডাল সৰল ৰেখাই কটাকটি কৰোটে উৎপন্ন হোৱা কোণ চাৰিটা জোখ নিৰ্ণয় কৰা।           ইয়াৰে দুটা দুটা কোণ সমান হয় নে? সমান হোৱা কোণ দুটাৰ অৱস্থান পৰ্যবেক্ষণ         কৰা।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects