Chapter 13
অনুশীলনী-১৩ (ক)
সৰল কৰা :
১। ২৭+২৮-৩২+১৮-২০
২। ২০-২১-৭+১১
৩। ২৭+১৪-৩০-৮+১৭-১৩
৪। ৫০-১৫-৮x২+৩×৭-৫x৫
৫। ১২÷৪×৫+৮-১২
৬। ৭×৬÷7+১৬-১৫÷৩
৭। ৮×৬ ÷ ১২-১৭-১২+৭x৬
৮। ১২×৫ ÷ ৬-৩x৪+ ১৫÷৫-২+৪
৯। ৪৫ ÷ ৩× ২-৩×১২÷৯+৩×৭-৬x৩
১০। ৫+২৫÷৫×৫-৭২÷৮x৮+৫৪÷৬×৬
সমাধান কৰাঃ
১। এটা শ্ৰেণীত ৬ খন বেঞ্চত প্ৰতিখনত ৪ জনকৈ ল’ৰা আৰু ৬ খন বেঞ্চত প্ৰতিখনত ৩ জনীকৈ ছোৱালী বহে। শ্ৰেণীটোত মুঠ ল’ৰা-ছোৱালী কিমান?
২। ৰিতুয়ে ১০০ টকা লৈ বজাৰলৈ গ’ল। ২ টকা দামৰ ৫ টকা চকলেট, ৫ টকা দামৰ ৩ টুকুৰা ৰবৰ, ৬ টকা দামৰ ২ ডাল পেঞ্চিল। কিনিলে। বজাৰ কৰাৰ পিছত ৰিতুৰ হাতত কেইটকা থাকিল?
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post