Chapter 15
তথ্য় সংগ্ৰহ আৰু ব্য়ৱহাৰ
১। এখন চিৰিয়াখানাত থকা অন্য়ান্য় জীৱ-জন্তুৰ লগতে থকা কেইবিধমান জীৱ-জন্তুৰ সংখ্য়া তলত দিয়া হ’ল
জীৱ-জন্তুৰ নাম সংখ্য়া
বাঘ ৪
হাতী ৫
গঁড় ৩
বান্দৰ ১২
জিৰাফ ৬
ওপৰৰ তথ্য়ৰ ভিত্তিত দণ্ড চিত্ৰ অংকন কৰা।
২। এটা শ্ৰেণীত ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰী আছে। তেওঁলোকৰ কিমানজনে আটাইতকৈ কি বিষয় ভাল পায় তাৰ সংখ্য়া তলত দিয়া হ’ল
কি বিষয় ভাল পায় কিমানে ভাল পায়
অসমীয়াগণিতনীতি শিক্ষাহিন্দীসংস্কৃতইংৰাজী ১০৮১১৬৮২
এইখিনি তথ্য়ৰ সহায়ত দণ্ড চিত্ৰ অংকন কৰা।
৩। এখন নিকেনতৰ এটা শ্ৰেণীৰ ৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ কোনে কি খেল ভাল পায় তলত উল্লেখ কৰা হ’ল (ফুটবলৰ বাবে F, ক্ৰিকেটৰ বাবে C, বেদমিণ্টনৰ বাবে B, ভলীবলৰ বাবে V, টেবুল চেনিছৰ বাবে T)
F B T V F F C
C F C C V V T
F C T T C C V
C V F B F T F
B T B C T B F
ক) ওপৰৰ তথ্য়খিনিৰ ভিত্তিত দাগহ্ন তালিকা প্ৰস্তুত কৰা।
খ) তালিকাখনৰ সহায়ত দণ্ড চিত্ৰ অংকন কৰা।
৪। এখন নিকেতনৰ এটা শ্ৰেণীৰ ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ কোনে কি ৰং ভাল পায় তলত উল্লেখ কৰা হ’ল। (ৰঙাৰ বাবে R, নীলাৰ বাবে B, হালধীয়াৰ বাবে Y, কমলাৰ বাবে O, সেউজীয়াৰ বাবে G)
B R B Y O O G R
G O R Y O R B G
Y B O G B O R B
B Y B B R O B Y
R R B Y B Y O R
ক) ওপৰৰ তথ্য়খিনিৰ ভিত্তি দাগচিহ্ন তালিকা প্ৰস্তুত কৰা।
খ) তালিকাখনৰ সহায়ত দণ্ড চিত্ৰ অংকন কৰা।
Type: Pompi Hazarika
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post