Might Learn Logo Might Learn Shop Might Learn

SVN Class 4 Maths Chapter 2 Solution সামতলি আকৃতি (বৃত্ত)

 অনুশীলনী-২

১।        তোমালোকৰ বহীত কেইটামান খোলাচিত্ৰ আৰু কেইটামান বন্ধ চিত্ৰ অংকন কৰা।

২।        পেন্সিল কম্পাচৰ সহায়ত কেইচামান বৃত্ত অংকন কৰা। বৃত্তটোৰ ব্য়াস আৰু ব্য়াসাৰ্ধ আঁকি সেই বিলাকৰ দীঘ উলিওৱা।

৩।       পেন্সিল কমেপাচৰ সহায়ত নোলোৱাকৈ বৃত্ত এটা আঁকিব পাৰিবানে? এইদৰে অঁকা চিত্ৰটো বৃত্ত হ’ল নে নহ’ল কেনেকৈ পৰীক্ষা কৰিবা?

৪।        শুদ্ধ নে অশুদ্ধ লিখা

            ক) বৃত্তৰ কেন্দ্ৰটো বৃত্তটোৰ সোঁমাজত থাকে।

            খ) এটা বৃত্তৰ ব্য়াসতকৈ তাৰ ব্য়াসাৰ্ধ বেছি দীঘল।

            গ) দুডাল ব্য়াসাৰ্ধৰ দীঘৰ যোগফল ব্য়াসৰ দীঘৰ সমান।

            ঘ) কেন্দ্ৰটোৰ পৰা বৃত্তটোৰ প্ৰতিটো বিন্দূলৈ দূৰত্ব সমান।

            ঙ) এটা বৃত্তৰ আটাইবোৰ ব্য়াসাৰ্ধ সমান নহয়।

            চ) ব্য়াস এডাল ব্য়াসাৰ্ধৰ দুগুণ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects