SVN Class 4 Maths Chapter 4 Solution হৰণ

Chapter 4

হৰণ

১। হৰণফল উলিওৱা (পূৰণ নেওতাৰ সহায়ত)

২। হৰণফল উলিওৱা

৩। চুটি নিয়মেৰে হৰণ কৰা

৪। ভাগফল আৰু ভাগশেষ লিখা

৫। এটা হৰণ অংকৰ ভাজক ২৪, ভাগফল ১৮ আৰু ভাগশেষ ১৩। ভাজ্য নির্ণয় কৰা ।

৬। এটা হৰণ অংকৰ ভাজক ৩৮, ভাগফল ৪২ আৰু ভাগশেষ ২০। ভাজ্য নিৰ্ণয় কৰা ।

৭। এটা হৰণ অংকৰ ভাগফল ৪২, ভাজ্য ১৫৬৯ আৰু ভাগশেষ ১৫। তেন্তে ভাজক নিৰ্ণয় কৰা ৷

৮। এটা হৰণ অংকৰ ভাজ্য ৮৩৫, ভাগফল ৭৫ আৰু ভাগশেষ ১০। ভাজক নিৰ্ণয় কৰা ।

৯। এটা হৰণ অংকৰ ভাজ্য ৩৬৯, ভাজক ১৩ আৰু ভাগশেষ ৫। ভাগফল নির্ণয় কৰা ৷

১০। ৩০৮ক ১৪ ৰেহৰণ কৰা। হৰণফল শুদ্ধ নে ভুল পৰীক্ষা কৰা ।

Type – Boby Bora

Download Our Mobile App

এতিয়াই Install কৰক!

Install Now
Scroll to Top