Might Learn Logo Might Learn Might Learn Shop

SVN Class 4 Maths Chapter 5 solution জোখ-মাখ (দূৰত্ব)

 Chapter 5

অনুশীলনী ৫

১।        খালী ঠাই পূৰ কৰাঃ

ক)       ১ কিলোমিটাৰ =____________________________ মিটাৰ

খ)        ১ কিলোমিটাৰ =____________________________ ছে.মি.

গ)       ১ মিটাৰ           =___________________________ ছে.মি.

ঘ)        ১ মিটাৰ           =___________________________ কিলোমিটাৰ

ঙ)       ১ ছে.মি.         =___________________________ মিটাৰ

২।        খালী ঠাই পূৰ কৰাঃ

ক)       ৬ ছে.মি. + ৬ ছে.মি.                        =_______________________ ছে.মি.

খ)        ৭ মিটাৰ + ১০ মিটাৰ                          =_______________________ মিটাৰ

গ)       ১৮ মিটাৰ ৯ মিটাৰ                          =_______________________ মিটাৰ

ঘ)        ৩ কিলোমিটাৰ + ৭ কিলোমিটাৰ       =_______________________ কিলোমিটাৰ

ঙ)       ২ মিটাৰ + ৩০০ ছে.মি.                     =_______________________ মিটাৰ

চ)        ৩ মিটাৰ  ১০০ ছে.মি.                      =_______________________ ছে.মি.

৩। মিটাৰ স্কেলেৰে জুখি খালী ঠাইত উত্তৰ সমূহ লিখা—

ক) তোমাৰ গণিতৰ কিতাপখনৰ দীঘ                         = ☐ ছে.মি.

 খ) তোমাৰ পেঞ্চিল ডালৰ দীঘ                                  = ☐ মিটা    ☐    ছে.মি.

গ) তুমি বহা বেঞ্চখনৰ দীঘ                                        = ☐ মিটাৰ    ☐    ছে.মি.

ঘ) তোমাৰ নিকেতনৰ ব্লেকবোৰ্ডখনৰ দীঘ                   = ☐মিটাৰ    ☐     ছে.মি.

ঙ) তোমাৰ উচ্চতা                                                      = ☐ মিটাৰ    ☐    ছে.মি.

চ) তোমাৰ নিকেতনৰ দুৱাৰ খনৰ উচ্চতা                     = ☐মিটাৰ    ☐    ছে.মি

আচাৰ্যৰ কামঃ মিটাৰ স্কেলৰ ব্যৱহাৰ কৰি জোখ মাখ কৰিবলৈ শিকাব।

৪। ৪ কিলোমিটাৰত কিমান মিটাৰ ?

৫। ৬ কিলোমিটাৰত কিমান মিটাৰ ? ৬। ছেণ্টিমিটাৰ এককত প্ৰকাশ কৰা—

ক) ৩ মিটাৰ

খ) ২ মিটাৰ ৪০ ছে.মি.

গ) ৩ মিটাৰ ২০ ছে.মি.

ঘ) ২ কিলোমিটাৰ

ঙ) ৩ কিলোমিটাৰ ৪০০ মিটাৰ ৩০ ছে.মি.

৭।        নৱই ঘৰৰ পৰা ২৫০ মিটাৰ খোজ কাঢ়ি আহি বাছত উঠে। বাছত ৭০০ মিটাৰ যোৱাৰ পিছত বাছৰ পৰা নামি যায়। বাছৰ পৰা নামি ১৫০ মিটাৰ খোজ কাঢ়ি নিকেতন পায়। নৱৰ ঘৰৰ পৰা নিকেতনলৈ দূৰত্ব কিমান? নৱৰ ঘৰৰ পৰা নিকেতনলৈ দূৰত্ব ১ কিলোমিটাৰতকৈ বেছি নেকি?

৮।       ৰাজুই খেল পথাৰ খনৰ চাৰিওফালে এপাক দৌৰিলে।

তেওঁ কিমান দূৰ দৌৰিলে ?

 খেল পথাৰ খনৰ চাৰিওফালে দুপাক দৌৰিলে।

 তেওঁ কিমান দূৰ দৌৰিলে ?

৯।        এখন বৃত্তাকৃতিৰ উদ্যানৰ চাৰিওফালৰ জোখ (পৰিধি) ৪০০ মিটাৰ —

ক) ভনিতাই উদ্যানখনৰ চাৰিওফালে তিনি পাক খোজ কাঢ়িলে। ভনিতাই মুঠতে কিমান দূৰত্ব         খোজ কাঢ়িলে?

খ) ২ কিলোমিটাৰ দূৰত্ব খোজ কাঢ়িবলৈ হ’লৈ উদ্যানখনৰ চাৰিওফালে কিমান পাক ঘূৰিব             লাগিব? গ) ভনিতাৰ দেউতাকে এদিনাখন ৰাতিপুৱা উদ্যানখনৰ চাৰিওফালে ৬ পাক ঘূৰি         খোজ কাঢ়িলে। মুঠতে কিমান দূৰত্ব খোজ কাঢ়িলে?

১০।      গুৱাহাটীৰ পৰা নলবাৰীলৈ দূৰত্ব ৭২ কিলোমিটাৰ৷ নলবাৰীৰ পৰা ৰঙিয়ালৈ দূৰত্ব ৩০ কিলোমিটাৰ৷ ৰঙিয়াৰ পৰা গুৱাহাটীলৈ দূৰত্ব কিমান?

১১।      ক্রিয়াকলাপঃ তোমাৰ বন্ধুবোৰ নিকেতনৰ পৰা কিমান দূৰত বাস কৰে তলৰ তালিকা খনত লিখা ।

বন্ধুৰ নামনিকেতনৰ পৰা ঘৰৰ দূৰত্ব

ক) তোমালোকৰ ভিতৰত কোনজনে নিকেতনৰ আটাইতকৈ ওচৰত থাকে?

খ) তোমালোকৰ ভিতৰত কোনজনে নিকেতনৰ পৰা বেছি দূৰত থাকে?

গ) তোমালোকৰ কিমান জনে ১ কিলোমিটাৰতকৈ বেছি দূৰত্বত থাকে?

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects