Might Learn Logo Might Learn Shop Might Learn

SVN Class 4 Maths Chapter 9 Solution পৰিসীমা আৰু কালি

 Chapter 9 

অনুশীলনী-৯

১।        কিছুমান ত্ৰিভুজৰ বাহুৰ দীঘ দিয়া আছে। প্ৰতিটোৰে

 পৰিসীমা নির্ণয় কৰা—

ক) বাহু তিনিটাৰ দীঘ ক্ৰমে ৪ ছেমি, ৭ ছেমি, ৫ ছেমি

খ) কখগ ত্ৰিভুজৰ কখ বাহু = ৫ ছেমি, খগ বাহু = ৪ ছেমি,

কগ বাহু = ৬ ছেমি

২।        এটা ত্ৰিভুজৰ পৰিসীমা ২৫ ছেমি। ত্ৰিভুজটোৰ দুটা

 বাহুৰ দীঘ ক্ৰমে ৭ ছেমি আৰু ৯ ছেমি। তৃতীয় বাহুটোৰ দীঘ কিমান?

৩।       এটা সমবাহু ত্রিভুজৰ এটা বাহুৰ দীঘ ৭ ছেমি।

 ত্ৰিভুজটোৰ পৰিসীমা কিমান?

৪।        কখগ সমদ্বিবাহু ত্ৰিভুজটোৰ ‘কখ’ৰ দীঘ = ‘কগ’ৰ দীঘ।

 যদি ‘কখ’ৰ দীঘ= ৬ ছেমি আৰু ‘খগ’ৰ দীঘ = ৫ ছেমি তেন্তে

 ত্রিভুজটোৰ পৰিসীমা কিমান?

৫।       কেইটামান আয়তৰ দীঘ আৰু প্ৰস্থ দিয়া আছে।

 প্ৰতিটোৰে পৰিসীমা আৰু কালি নিৰ্ণয় কৰা।

ক) দীর্ঘ = ৬ ছেমি,                 প্রস্থ = ৪ ছেমি

খ) দীঘ = ১০ ছেমি,                প্রস্থ = ৭ ছেমি

গ) দীর্ঘ = ১১ ছেমি,                 প্রস্থ = ৯ ছেমি

ঘ) দীর্ঘ = ১২ ছেমি,                প্রস্থ = ১০ ছেমি

৬।       বৰ্গৰ দীঘ দিয়া আছে। প্ৰতিটোৰে পৰিসীমা আৰু কালি উলিওৱা

ক) বাহুৰ দীঘ = ৪ ছেমি

খ) বাহুৰ দীঘ = ৭ ছেমি

গ) বাহুৰ দীঘ = ৬ ছেমি

ঘ) বাহুৰ দীঘ = ৯ ছেমি

৭।        এটা আয়তৰ প্ৰস্থ ৭ ছেমি আৰু পৰিসীমা ৩৬ ছেমি। আয়তটোৰ দীঘ কিমান?

৮।       এটা আয়তৰ দীঘ ১২ ছেমি আৰু পৰিসীমা ৪০ ছেমি। আয়তটোৰ প্ৰস্থ কিমান?

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects