Might Learn Logo Might Learn Might Learn Shop

SVN Class 4 Ramayana Sadhu Chapter 11 Answer শবৰীৰ এৰেহা হোৱা বগৰী

Chapter 11

শবৰীৰ এৰেহা হোৱা বগৰী

(১) চমু উত্তৰ দিয়া-

(ক) জটায়ুৱে ৰামক কি ক’লে ?
উত্তৰঃ জটায়ুৱে ৰামক সীতাক হৰণ কৰি নিয়া গোটেই ঘটনা ক’লে ।

(খ) শবৰী কোন আছিল ?
উত্তৰঃ শবীৰ ভীল জনজাতিৰ তিৰোতাৰ আছিল।

(গ) শবৰীয়ে ৰামক কিদৰে সহায় কৰিছিল ?
উত্তৰঃ শবৰীয়ে ৰামক বগৰী দিয় আৰু কিষ্কন্ধ্যা ৰজা সুগ্ৰীৱৰ বিষয়ে কৈ সহায় কৰিছিল।

(২) নিম্নলিখিত প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰত শুদ্ধ চিন লগোৱা-

(ক) সেই বগৰীবোৰ মিঠা আছিল ।
উত্তৰঃ শুদ্ধ চিন।

(খ) ৰাম সেই সময়ত বৰ ভোক লাগিছিল।
উত্তৰঃ অশুদ্ধ চিন।

(গ) শবীৰ শূদ্ৰ ভীল জনজাতিৰ আছিল।
উত্তৰঃ শুদ্ধ চিন।

(ঘ) শবৰীৰ অন্তৰত ৰামৰ প্ৰতি অপাৰ প্ৰেম আছিল ।
উত্তৰঃ অশুদ্ধ চিন।

Type: Pompi Hazarika

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects