Might Learn Logo Might Learn Might Learn Shop

SVN Class 4 Ramayana Sadhu Chapter 15 Answer অশোক বনত সীতা

Chapter 15

অশোক বনত সীতা

অনুশীলনীঃ

(১) লঙ্কাক সোণৰ লঙ্কা বুলি কিয় কোৱা হৈছিল ?
উত্তৰঃ নগৰৰ ঘৰবোৰত সোণ-ৰূপৰ কাৰুকাৰ্য কৰা আছিল বাবে লঙ্কা বুলিছিল।

(২) হনুমানে বিভীষণক কিদৰে লগ পালে ?
উত্তৰঃ হনিমানে বেশ সলাই নগৰত ঘূৰি থাকোতে এটা সোণৰ বিশাল ভৱনৰ ভিতৰত এটা মন্দিৰ আৰু তুলসীৰ গছ এজন দিব্য পুৰুষে ভগৱানক পূজা কৰি আছিল তেওঁ আছিল ৰাৱনৰ সৰু ভায়ে ক বিভীষণ | তেওঁ ৰাক্ষস যদিও সৎ আছিল | গতিকে হনুমানে নিজৰ পৰিচয় দি বিভীষণৰ লগত চিনাকি হ’ল এনেদৰে বিভীষণক লগ পালে।

(৩) হনুমানে ৰাৱণৰ উপবনখন কিয় উছন কৰিলে ?
উত্তৰঃ হনুমানে ৰাৱণক উপবনখন ফল খাবলৈ গছৰ ওপৰত জঁপিয়াই পৰিল আৰু উপবনখন উছন কৰিলে।

(৪) সীতা কোন বনত আছিল ?
উত্তৰঃ সীতা অশোক বনত আছিল।

(৫) হনুমানে সীতাক লগ পাই কি দিলে ?
উত্তৰঃ হনুমানে সীতাক লগ পাই ৰামৰ আঙঠিটো আৰু ৰামৰ বাতৰিটো দিলে।

Type: Pompi Hazarika

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects