SVN Class 4 Ramayana Sadhu Chapter 21 Answer হনুমানে সঞ্জীৱনী আনিলে

Chapter 21

হনুমানে সঞ্জীৱনী আনিলে

অনুশীলনীঃ

(১) চমু উত্তৰ দিয়া-

(ক) হনুমানে সুষেণ বেজৰ ঘৰত সৈতে কিয় আনিব লগাত পৰিছিল ?
উত্তৰঃ হনুমানে সুষেণ বেজৰ ঘৰত সৈতে উঠাই আনিব লগাৰ কাৰণ সুষেণ বেজ বৰ বুঢ়া আছিল। চলা-ফুৰা কৰিব নোৱাৰে সেইবাবে ঘৰ সৈতে উঠাই আনিব লগাত পৰিছিল।

(খ) কালেনেমিয়ে হনুমানৰ বাট কিয় ভেটি ধৰিছিল ?
উত্তৰঃ কালেনেমিয়ে হনুমানৰ বাট ভেটি ধৰা কাৰণ কালনেমিয়ে ৰাৱণৰ বন্ধু আছিল আৰু হনুমানৰ বিপৰীত আছিল সেইবাবে বাট ভেটি ধৰিছিল।

(গ) ভৰতৰ কি ভূল হ’ল ?
উত্তৰঃ ভৰতে হনুমানক ৰাক্ষস বুলি মুখ নোহোৱা কাঁড় মাৰি তেওঁক তললৈ নমাই সময় বৰবাদ কৰা টো ভূল আছিল।

(২) বিপৰীত শব্দ লিখা-
(ক) বুঢ়া – বুঢ়ী
(খ) সমৰ্থ – অসমৰ্থ
(গ) দুখ – সুখ
(ঘ) আনন্দ – বিষাদ

Type: Pompi Hazarika